• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিডনীত পাথৰ কিয় হয় আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি? জানক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 7:00 am
980
VIEWS
Share on FacebookShare on Twitter

আজিকালি কিডনীত পাথৰ হোৱাটো খুব সাধাৰণ হৈ সমস্যা হৈ পৰিছে। বহু লোকে এই সমস্যাৰ সন্মুখীন হয়। আমাৰ শৰীৰত কেলচিয়াম বা ইউৰিক এচিডৰ দৰে কিছুমান পদাৰ্থ বেছি হৈ জমা হয় আৰু প্ৰস্ৰাৱৰ সৈতে ভালকৈ ওলাই নাযায়। তেতিয়া এইবোৰ লাহে লাহে জমা হৈ কঠিন গোট্ৰ সৃষ্টি হয় আৰু শেষত পাথৰলৈ পৰিণত হয়।

কিডনীত পাথৰ হ’লে কঁকালত, পেটত বা প্ৰস্ৰাৱৰ নলীত বহুত বিষ হয়। কেতিয়াবা প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা লাগে বা তীব্ৰ বিষ হয়। বেছিভাগ সময়তে এই বিষ ৰাতি অধিক হয়। এই সমস্যাৰ কাৰণ কি আৰু ইয়াক কেনেকৈ কমাব পাৰি জানো আহক।

পাথৰ হোৱাৰ মূল কাৰণ হ’ল পানী কম খোৱা। পানী কম হ’লে প্ৰস্ৰাৱ ডাঠ হয় আৰু তাত মলি জমা হয়। বেছি নিমখ, চাহ, চকলেট খালেও পাথৰ হ’ব পাৰে। পৰিয়ালত কাৰোবাৰ পাথৰ থাকিলে আপোনাৰো হ’ব পাৰে। প্ৰস্ৰাৱত সংক্ৰমণ হ’লেও পাথৰৰ সম্ভাৱনা বাঢ়ে।

পাথৰ হ’ব নিদিবলৈ সহজ উপায় আছে। প্ৰতিদিনে ৮-১০ গিলাচ পানী খাব লাগে, যাতে শৰীৰৰ মলি ওলাই যায়। নিমখ আৰু চেনি কম খাওক। ফাষ্ট ফুড বা পেকেটৰ খাদ্য এৰক। ব্যায়াম কৰক আৰু খাদ্য লঘু ৰাখক। যদি প্ৰস্ৰাৱত জ্বলা-পোৰা বা বিষ হয়, তেন্তে ডাক্তৰৰ পৰামৰ্শ লওক। প্ৰস্ৰাৱ বেছি সময় ধৰি নাৰাখিব, নহ’লে সমস্যা বাঢ়িব পাৰে। অলপ সাৱধান হ’লেই এই ৰোগৰ পৰা বাচিব পাৰি।

Recent News

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

গুৱাহাটীৰ মলৰ পিভিআৰ চিনেমাত ফলছ চিলিং ভাঙি পৰি দৰ্শকৰ মাজত আতংক; ৩ জন আহত

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

অ’ভেল টেষ্টত আজি জয়ী হ’বলৈ ভাৰতক লাগে আৰু ৪ টা উইকেট; ইংলেণ্ডক প্ৰয়োজন ৩৫ ৰান

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd