• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই ছলমান খানক হত্যা কৰিমেই” – কোনে ভাবুকি দিছে ছলমানক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 9:10 pm
“মই ছলমান খানক হত্যা কৰিমেই” – কোনে ভাবুকি দিছে ছলমানক?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছুপাৰষ্টাৰ ছলমান খানৰ জীৱন এতিয়াও যেন নিৰাপদ নহয়। শেহতীয়াকৈ পলাতক গেংষ্টাৰ গোল্ডি ব্ৰাৰে কয়, “মই ছলমান খানক হত্যা কৰিমেই।”

ইয়াৰ লগতে গোল্ডি ব্ৰাৰেও স্পষ্টকৈ কৈছিল যে তেওঁলোকেই মুশ্বেৱালাক হত্যা কৰিছিল। ইয়াৰ উপৰিও সোমবাৰে তেওঁ কয় যে তেওঁলোকৰ হত্যা কৰিবলগীয়া ব্যক্তিৰ তালিকাত ছলমান খানৰ নামো আছে।

ইণ্ডিয়া টুডেক প্ৰদান কৰা এক সাক্ষাৎকাৰত গোল্ডি ব্ৰাৰে কয় যে আমি ছলমান খানক হত্যা কৰিম। ইয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত গোল্টি ব্ৰাৰে কয় যে জেলত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোই এবাৰ তেওঁক কৈছিল যে ছলমান খানক হত্যা কৰাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য।

গোল্ডি ব্ৰাৰে কয়, “আমি ইতিমধ্যে কৈছো যে ছলমান খান এতিয়া আমাৰ টাৰ্গেট। তাত কোনো সন্দেহ নাই। আমি চেষ্টা কৰিম – আমি এদিন সফল হম। সেই কথা সকলোৱে গম পাব।”

চলিত বৰ্ষৰ মাৰ্চ মাহত ছলমান খানক মৃত্যুৰ ভাবুকি দিছিল লৰেন্স বিষ্ণয়ৰ দলে। ভাইজানৰ এজন ঘনিষ্ঠ সহযোগীক ইমেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতে মুম্বাই আৰক্ষীৰ কাষ চাপিছিল ছলমান খান। 

ইমেইলটোত লিখা আছিল “গল্ডি ব্ৰাৰে আপোনাৰ বছ (ছালমান খানৰ) লগত কথা পাতিব বিচাৰে। তেওঁ নিশ্চয় (বিষ্ণয়ৰ) সাক্ষাৎকাৰটো দেখিছে আৰু যদি নাই তেন্তে তেওঁক চাবলৈ বাধ্য কৰাওক। এইবাৰ আমি সময়মতে আপোনালোকক অৱগত কৰিলোঁ। অহাবাৰ আপুনি মাত্ৰ স্তম্ভিত হ’ব।”

সিদ্ধু মুশ্বেৱাল হত্যাৰ সন্দৰ্ভত গোল্ডি ব্ৰাৰে কয়, “মুশ্বেৱালা আছিল এজন অহংকাৰী ব্যক্তি। তেওঁক শিক্ষা দিয়াৰ প্ৰয়োজন আছিল।” লগতে তেওঁ কয় যে মুশ্বেৱালাই ব্যক্তিগতভাৱে তেওঁলোকৰ বহু ক্ষতি কৰিছে। 

যোৱা মাহত কানাডাৰ মষ্ট ৱাণ্টেড তালিকাত শীৰ্ষস্থান দখল কৰিছিল গোল্ডি ব্ৰাৰে। আনহাতে, লৰেন্স এতিয়াও জেলত আছে। 

এতিয়া পলাতক গোল্ডি ব্ৰাৰে নিদ্ৰাহৰণ কৰিছে ছলমানখানৰ। নিৰাপত্তা আৰু জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে ছুপাৰষ্টাৰজনৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd