• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 28, 2025 6:20 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ বায়ু প্ৰদূষণৰ কবলত ​​ভাৰত। প্ৰদূষণৰ বাবে ইয়াৰ নাগৰিকৰ আয়ুস হ্ৰাস পাইছে। ভাৰতৰ ১৪০ কোটি বাসিন্দাই এনে পৰিৱেশত বাস কৰে য’ত বাৰ্ষিক বায়ু প্ৰদূষণৰ গড় বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক।

আনকি ভাৰতৰ অতি প্ৰদূষণমুক্ত অঞ্চলত বসবাস কৰাসকলেও বিশ্বৰ মানদণ্ড অনুসৰি বায়ুৰ গুণাগুণ ভাল হ’লে আৰু প্ৰায় চাৰে ৯ মাহ বেছি দিন জীয়াই থাকিলহেঁতেন। চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি প্ৰতিষ্ঠানৰ (EPIC) ২০২৫ চনৰ প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

Apply Now

প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৩ চনত ভাৰতৰ বায়ুত পি এম ২.৫ (বায়ু প্ৰদূষক)ৰ ঘনত্ব ২০২২ চনৰ তুলনাত বহু বেছি। বৰ্তমানৰ পৰিস্থিতিত এই মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সীমাতকৈ ৮ গুণ বেছি। যদিহে WHOৰ নিৰ্দেশনা মানি চলি বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায় তেন্তে ভাৰতীয়ৰ গড় আয়ুস চাৰে তিনি বছৰ বৃদ্ধি পাব।

২০২১ চনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি পি এম ২.৫ৰ বাৰ্ষিক গড় মাত্ৰা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰাম পৰ্যন্ত হ’ব পাৰে। আন এটা প্ৰদূষক পি এম ১০ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ১৫ মাইক্ৰ’গ্ৰাম পৰ্যন্ত হ’ব পাৰে।

কিন্তু ভাৰতৰ নিজস্ব গাইডলাইনত এই মাত্ৰা বহু শিথিল। পি এম ২.৫ৰ বাৰ্ষিক গড় সহনশীলতাৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম আৰু পি এম ১০ৰ সহনশীলতাৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৬০ মাইক্ৰ’গ্ৰাম ৰখা হৈছে।

তেতিয়াও প্ৰদূষণৰ মানদণ্ডৰ ভয়ানক ছবিখন সলনি হোৱা নাই। ইপিআইচিৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৪৬ শতাংশ জনসংখ্যা এনে ঠাইত বাস কৰে য’ত বাৰ্ষিক গড় পিএম ২.৫ৰ মাত্ৰা ভাৰতৰ নিজৰ নিৰ্ধাৰিত মাত্ৰাতকৈও বহু বেছি। ভাৰতৰ ক্ষেত্ৰত উত্তৰ দিশৰ সমভূমিবোৰেই আটাইতকৈ বেছি প্ৰদূষিত। দেশৰ কমেও ৩৮.৯ শতাংশ জনসংখ্যা সেই অঞ্চলত বাস কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা মানি চলিলে এই অঞ্চলৰ বাসিন্দাসকলৰ গড় আয়ুসও ৫ বছৰ বৃদ্ধি পাব।

প্রতিবেদন অনুসৰি যদি দেশখনক প্রদূষণৰ কবলৰ পৰা উলিয়াই আনিব পৰা যায়, তেন্তে দিল্লীবাসীয়ে আটাইতকৈ বেছি উপকৃত হ’ব৷ দেশৰ ৰাজধানীত বাসিন্দাসকলৰ গড় আয়ুস ৮ বছৰ বৃদ্ধি পাব। প্ৰদূষণৰ মাত্ৰা কমি গ’লে দিল্লী আৰু কাষৰীয়া অঞ্চল, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ বাসিন্দাসকলেও গড় আয়ুস বৃদ্ধিৰ ফলত লাভৱান হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd