• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা শুৱাবলৈ এতিয়াও অহা নাই শীতৰ অতিথি ধৃতৰাজ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 31, 2018 11:00 pm
kaziranga

প্ৰতীকী ছবি।

653
VIEWS
Share on FacebookShare on Twitter

প্ৰিয় ঠাই কাজিৰঙালৈ এতিয়াও আগমণ ঘটা নাই শীতৰ অতিথি ধৃতৰাজ চৰাইৰ। অক্টোবৰৰ শেষলৈকে চিনাকী চৰাইবিধে ভুমুকি নমৰাত চিন্তিত হৈ পৰিছে পৰিৱেশপ্ৰেমীসকল।

ক’ৰবাত দুই এটা ধৃতৰাজ চৰাই দেখিলেও জাককৈ এই চৰাই এতিয়াও আহি নোপোৱাৰ কাৰণ জলবায়ু পৰিৱৰ্তনো হ’ব পাৰে বুলি মন্তব্য কৰিছে গৱেষকে৷

কাজিৰঙাৰ চহলা, বৰবিল, ডাফলাং, ক’লা দুৱাৰ আদি বিভিন্ন জলাশয় আৰু বিল শুৱনি কৰি শীতৰ লগে লগে দেখা পোৱা যায় জাক জাক ধৃতৰাজ৷

কাজিৰঙাৰ পৰ্য্যটকৰ বাবেও ধৃতৰাজ চৰাই অন্যতম আকৰ্ষণ৷

শীতৰ আগমণৰ লগে লগে দক্ষিণ এচিয়াৰ বিভিন্ন দেশৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহে ধৃতৰাজ চৰাই৷

গ্ৰীষ্মকালত চীনদেশৰ মধ্যভাগৰ কিংহাই আদি প্ৰদেশত বাস কৰা এই চৰাই বিধক বিশ্বৰ ভিতৰতে অতি উচ্চতাৰে প্ৰব্ৰজন কৰা চৰাই বুলি কোৱা হয়৷ শীতকালত হিমালয়ৰ অতি উচ্চ শিখৰ অতিক্ৰমি ব্ৰহ্মপুত্ৰ উপত্যকা পায়হি এই চৰাইবিধ৷

Recent News

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

গৰুখুটি প্ৰকল্পক লৈ ৰাজনৈতিক উত্তাপ; মাটি আৰু গৰুৰ অপব্যৱহাৰৰ অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd