• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক মূল ইচ্ছ্যু হিচাপে লৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত নামিব জনতা দল

নীতিশ কুমাৰৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব দলটোৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2018 11:05 pm
Janta Dal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পুনৰ ভূমুকি মাৰিছে জনতা দলে। বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰৰ নেতৃত্বত থকা ‘জনতা দল(য়ুনাইটেড)এ ইতিমধ্যে ৰাজ্যত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

আনহাতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব লগীয়া দলটোত ইচ্ছ্যুক প্ৰাৰ্থীয়ে ফোনযোগেও জনতা দলৰ পৰা টিকট লাভ কৰিব পাৰিব। আজি দিচপুৰ প্ৰেছ ক্লাৱত এই কথা জানিবলৈ দি দলটোৰ কাৰ্য্যকৰী সভাপতি কৌশিক শৰ্মাই কয় যে ‘ইচ্ছ্যুক প্ৰাৰ্থীয়ে জনতা দলৰ ৰাজ্যিক সমিতিৰ লগত যোগাযোগ কৰিও টিকট ল’ব পাৰিব।‘

তেওঁলোকে যোগাযোগ কৰিবলৈ দিয়া নম্বৰ কেইটা ক্ৰমে ‘৯৯৫৪৯৫৩১৭৭, ৮৪৮৬১৩০২৯৮ আৰু ৮৪৭২৮০২৫০১।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ আন্দোলনৰ সুযোগ লৈ জনতা দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কক মূখ্য নিৰ্বাচনী ইচছ্যু হিচাপে লৈ ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাব বুলি কৌশিক প্ৰাণ শৰ্মাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নিতীশ কুমাৰৰ প্ৰতক্ষ পৰ্য্যবেক্ষণত নিৰ্বাচনত নামিব লগা দলটোৱে প্ৰথম অৱস্থাত ৰাজ্যৰ ৪২০ টা জিলা পৰিষদৰ সদস্যৰ ভিতৰত ২৪ জন জিলা পৰিষদৰ প্ৰাৰ্থী থিয় কৰাব। ইয়াৰোপৰি দুয়োটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে প্ৰায় ৭০ গৰাকী গাঁও পঞ্চায়তৰ সদস্যক জনতা দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

যিহেতু প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন কাইলৈ, সেয়েহে কাইলৈ মনোনয়ন দাখিলৰ দুই ঘন্টামানৰ আগলৈকে ইচ্ছ্যুক প্ৰাৰ্থীয়ে টিকট ল’ব পাৰিব জনতা দলৰ পৰা। অৱশ্যে দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ অঞ্চলৰ প্ৰাৰ্থীসমূহৰ বাবে খোলা ৰখা হ’ব টিকট লোৱাৰ ব্যৱস্থাটো।

জানিব পৰা মতে, পঞ্চায়ত নিৰ্বাচনত দৰং, গোলাঘাট, বৰপেটা, বৰাক উপত্যকাৰ হাইলাকান্দি ইত্যাদি জিলাত বেছিকৈ গুৰুত্ব আৰোপ কৰিব জনতা দলে। আনহাতে, টিকট প্ৰদানৰ বাবে কোনোধৰণৰ মাননী নলওঁ বুলি সংবাদমেলত উল্লেখ কৰে যদিও ৫ টকীয়া সদস্য ভৰ্তি ৰচিদ আৰু ১২৫ টকীয়া আজীৱন সভ্য হোৱাৰ ৰচিদ ক্ৰয় কৰিব লাগিব প্ৰাৰ্থীয়ে।

উল্লেখযোগ্য যে, অসমতো গোলাপ বৰবৰাৰ নেতৃত্বত ১৯৭৮ চনত এখন চৰকাৰ গঠিত হৈছিল আৰু উক্ত চৰকাৰখনে মাত্ৰ ১৮ মাহ সময়হে শাসনভাৰ চলাই নিব পাৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd