• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অ’মিক্ৰণ সংক্ৰমণৰ বৃদ্ধিৰ সংশয়ৰ মাজতে কাপোৰৰ মাস্ক ব্যৱহাৰকাৰীক সাৱধান বিশেষজ্ঞৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 2:33 pm
Omicron
295
VIEWS
Share on FacebookShare on Twitter

ক’ভিদৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ দৈনিক সংক্ৰমণ বৃদ্ধিৰ মাজতে পুনৰ ব্যৱহাৰযোগ্য ৰঙীন,ফেশ্যনেবল কাপোৰৰ মাক্স ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান কৰিছে বিশেষজ্ঞমহলে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ অধ্যাপক ট্ৰিশ গ্ৰীণহাল্গে কয়, “ব্যৱহাৰ কৰা কাপোৰৰ ওপৰত এনে কাপোৰৰ মাস্ক ব্যৱহাৰ সঁচাকৈয়ে উচিত নে অনুচিত নিৰ্ভৰ কৰে।”

সামগ্ৰীৰ মিশ্ৰণেৰে তৈয়াৰ কৰা দুগুণ বা তিনি-স্তৰৰ মুখা অধিক কাৰ্যকৰী হ’ব পাৰে। কিন্তু গ্ৰীণহাল্গৰ মতে বেছিভাগ কাপোৰৰ মাস্ক কেৱল ফেশ্বন আনুষঙ্গিক।

“কাপোৰৰ মাস্ক ব্যৱহাৰৰ মুখ্য সমস্যা হ’ল এইবোৰে কোনো ধৰণৰ স্বাস্থ্যমান পূৰণ কৰিব নোৱাৰে”—গ্ৰীণহাল্গে কয়। ইয়াৰ বিপৰীতে N-95 ৰেস্পিৰেটৰ মাস্ক নিৰ্মাণ কৰা সকলে নিশ্চিত কৰিব লাগিব যে এনে মাস্কে ৯৫ শতাংশ কণা ফিল্টাৰ কৰে।

তথাপিও যদি মাস্কখনে ব্যৱহাৰকাৰীৰ নাক আৰু মুখ সঠিকভাৱে ঢাকি নাৰাখে তেন্তে ভাল পৰিস্ৰাৱন অপ্ৰয়োজনীয়। মাস্ক পৰিহিত ব্যক্তিজনে মাস্কখনৰ জৰিয়তে সহজে উশাহ ল’বলৈ সক্ষম হ’ব লাগিব বুলি গ্ৰীণহাল্গে লগতে কয়।

আনহাতে যোৱা সপ্তাহত চিটিভি বাতৰিৰ সৈতে এক সাক্ষাৎকাৰত অণ্টাৰিঅ’ৰ বিজ্ঞান পৰামৰ্শদাতা তালিকাৰ মুৰব্বী পিটাৰ জুনিয়ে এই সন্দৰ্ভত কয়, “এনে মাস্কৰ মূল সমস্যা হৈছে এইবোৰৰ একক স্তৰ আছে আৰু এনে মাস্কৰ ফিল্টাৰ কৰাৰ সামৰ্থ্য একেবাৰে নিম্নতম।”

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd