• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধীক ইচ্ছাপত্ৰৰ জৰিয়তে নিজৰ সকলো সম্পত্তি লিখি দিলে এগৰাকী মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2022 7:20 am
woman donate property to Rahul Gandhi
232
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ এগৰাকী ৭৮ বছৰীয়া মহিলাই তেওঁৰ সকলো সম্পত্তি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নামত লিখি দিছে। উত্তৰাখণ্ডৰ ডেৰাডুনৰ বাসিন্দা পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে তেওঁৰ স্থাৱৰ-অস্থাৱৰ সকলো মিলি ৫০লাখ টকাৰ সম্পত্তি আৰু ১১৬গ্ৰাম সোণ সকলো এখন ইচ্ছাপত্ৰৰ জৰিয়তে ৰাহুল গান্ধীৰ নামত লিখি দিয়ে।

সোমবাৰে আবেলি উত্তৰখণ্ডৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি প্ৰীতম সিঙৰ যমুনা কল’নিৰ বাসভৱনলৈ গৈ মহিলাগৰাকীয়ে তেওঁৰ হাতত ৰাহুলৰ নামত লিখি দিয়া ইচ্ছাপত্ৰখন (উইল) তুলি দিয়ে।

লগতে পঢ়ক: পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে, কোন হ’ব প্ৰধানমন্ত্ৰী?

পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁৰ মৃত্যুৰ পিছত যাতে তেওঁৰ সকলো সম্পত্তি ৰাহুলৰ হাতত তুলি দিয়া হয়। তেওঁলোকে আমাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব।

সোমবাৰেই পুষ্পাই ডেৰাডুনৰ আদালতত এই সম্পৰ্কত এখন শপতনামাও দাখিল কৰে। শপতনামাখনত তেওঁৰ সকলো সম্পত্তিৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছে।

নিজৰ সম্পত্তি ৰাহুল গান্ধীক দান কৰাৰ বিষয়ে মহিলাগৰাকীয়ে কয়, ’’ৰাহুল গান্ধী আৰু তেওঁৰ ধাৰণাসমূহ দেশৰ বাবে অত্যন্ত জৰুৰী। স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে দেশৰ কল্যাণৰ বাবে ৰাহুলৰ পৰিয়ালে আত্মত্যাগ কৰি আহিছে।‘’

লগতে পঢ়ক:গ্ৰেমী বঁটা ২০২২: জিলিকিল ভাৰতীয় মূলৰ শিল্পী ফাল্গুনী শ্বাহ, সংগীত পৰিচালক ৰিকি কেজ

তেওঁ লগতে কয় যে তেওঁ ৰাহুলৰ চিন্তাধাৰাৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত আৰু সেয়াই তেওঁক মুগ্ধ কৰে। সেয়ে তেওঁ এই সিদ্ধান্ত লৈছে।

Recent News

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd