• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ জিলা উপায়ুক্তৰ; চিকিৎলায়ত ভৰ্তি

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
January 29, 2023 10:27 am
উপায়ুক্ত বৰ্ণালী ডেকা।

উপায়ুক্ত বৰ্ণালী ডেকা।

203
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এগৰাকী মহিলা আইএএছ বিষয়াই প্ৰহাৰ কৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হোৱাৰ অভিযোগ উঠিছে।

কোকৰাঝাৰৰ উপায়ুক্ত বাৰ্ণালী ডেকাই শনিবাৰে সন্ধিয়া উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক ‘তেওঁৰ বাবে সঠিকভাৱে খাদ্য অনা নাই’ বুলি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটোৱে কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে উপায়ুক্ত ডেকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰাৰ ভাবুকি দিছে।

উপায়ুক্তৰ কাৰ্যালয়ত পিয়ন হিচাপে কাম কৰি থকা দীপক দাস আইএএছ বিষয়াগৰাকীয়ে তেওঁক প্ৰহাৰ কৰা আৰু তেওঁৰ ওপৰত খাদ্যভৰ্তি লাঞ্চ বক্স দলিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।দাস বৰ্তমান কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইপিনে, বাৰে বাৰে চেষ্টা কৰিও উপায়ুক্ত বৰ্ণালী ডেকাৰ পৰা মন্তব্য গ্ৰহণ কৰিব পৰা নগ’ল।

অসম-মেঘালয় কেডাৰৰ ২০০৯ বৰ্ষৰ আইএএছ বিষয়া ডেকাই প্ৰায়ে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ কৰা হৈছে।

নাম প্ৰকাশ কৰিব নিবিচৰা এজন কৰ্মচাৰীয়ে কয়, “এইটো প্ৰথম বাৰৰ বাবে নহয়, আগতেও উপায়ুক্ত ডেকাই একাধিক বাৰ কৰ্মচাৰীসকলক গালি-গালাজ কৰিছিল।”

Recent News

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd