• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুদীৰ্ঘ ১৭ দিনৰ অন্তত তেজুত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 2, 2019 7:26 pm
Untitled-1 copy

অৰুণাচলত মৃহদেহ উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী।

6.4k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুৰ পৰা সন্ধানহীন হোৱা এগৰাকী ছাত্ৰীৰ মৃতদেহ ১৭ দিনৰ অন্তত উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী তথা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ চাটিং ভিলেজৰ ডলী ৱাংচা(১৭) নামৰ যুৱতীগৰাকী বিগত ১৪ জুনৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল৷

নিৰুদ্দেশ হোৱাৰ পিছদিনা আৰক্ষীয়ে যুৱতীগৰাকীৰ স্কাৰ্ফ, বেগ, হেডফোন, চচমা আৰু ছাতিতো তেজু নলা অঞ্চলত উদ্ধাৰ কৰিছিলে৷

আনহাতে, নিৰুদ্দেশ হৈ থকাৰ সোতৰ দিনৰ অন্তত সোমবাৰে যুৱতী গৰাকীৰ গলিত মৃতদেহটো আৰক্ষীয়ে তিবেতীয়ান ৰিফিউজি কেম্পৰ সমীপৰ লোহিত নদীৰ পাৰত উদ্ধাৰ কৰে৷

আৰক্ষীয়ে যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে যদিও ৰাইজে আৰক্ষীৰ কথা মানি ল’ব পৰা নাই৷

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ ডলী সন্ধানহীন হোৱাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছিল৷ সোমবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে৷

স্থানীয় ৰাইজে ডলীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ অৰুণাচল আৰক্ষীক আহ্বান জনাই এয়া আত্মহত্যা নহয় পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd