• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰমাগত তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ছি জিনপিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2023 10:30 am
China’s president Xi Jinping
153
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাগত তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি পদ নিশ্চিত কৰিছে ছি জিনপিঙে। আজি দেশখনৰ নেশ্যনেল পিপলছ কংগ্ৰেছ (এনপিচি)ৰ প্ৰায় ৩০০০ সদস্যই ছি জিনপিঙক ৰাষ্ট্ৰপতি পদৰ বাবে সৰ্বসন্মতিক্ৰমে ভোটদান কৰে।

অৱশ্যে এই নিৰ্বাচনত জিনপিঙৰ প্ৰতিদ্বন্দী কোনো প্ৰাৰ্থী নাছিল বুলি ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ হিচাপেও তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয় জিনপিং।

চীনৰ সংসদে ঝাও লেজীক সংসদৰ নতুন অধ্যক্ষ আৰু হান ঝেঙক নতুন উপ-ৰাষ্ট্ৰপতি হিচাপেও নিৰ্বাচিত কৰে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত আটাইকেইগৰাকী পদবীধাৰীয়েই ছি জিনপিঙৰ আনুগত্যশীল।

উল্লেখ্য যে, যোৱা বৰ্ষৰ অক্টোবৰ মাহত ছি জিনপিং তৃতীয়টো পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে মাও জেডুঙৰ পিছত দেশখনৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে হিচাপে একপ্ৰকাৰে পৰিগণিত হৈছিল জিনপিং।

উল্লেখ্য যে, জিনপিঙৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি হিচাপে এগৰাকী নেতাৰ ক্ষেত্ৰত দুটা কাৰ্যকালতে সীমাবদ্ধ আছিল। কিন্তু ২০১৮ চনত জিনপিঙে এই নিয়ম সলনি কৰিছিল। অৰ্থাৎ ছি জিনপিঙে অৱসৰ নোলোৱা পৰ্যন্ত অন্যথা মৃত্যু বা বহিষ্কাৰ নোহোৱালৈকে চীনৰ সৰ্বময় কৰ্তা হৈ থাকিব পাৰিব।

Recent News

অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

‘অপাৰেশ্যন মহাদেৱ’ৰ পিছত এইবাৰ ‘অপাৰেশ্যন অখল’ : কাশ্মীৰত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা : গৌৰৱ কঢ়িয়াই আনিলে উৎপল দত্তকে ধৰি কেইবাগৰাকীও অসমীয়াই

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd