• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত নৃশংস হত্যাকাণ্ড; গ্ৰেপ্তাৰ হত্যাকাৰী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 18, 2020 8:47 am
Barpeta-youth-

ৰজিবুল আলী। ফটো : নৰ্থ-ইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ পাঠশালাত এজন বন্ধুক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা যুৱকজন ২২ বছৰীয়া ৰজিবুল আলী বুলি চিনাক্ত কৰা হৈছে।

ৰজিবুলে নিজৰ বন্ধুজনক নৃশংসভাৱে কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰে আৰু মৃতদেহটো পাঠশালা চহৰস্থিত আই টি আইৰ সমীপৰ টিটকা গাঁৱৰ কোনো অঞ্চলত পুতি থয়।

হত্যাৰ বলি হোৱা যুৱকজন বৰপেটা জিলাৰে পূব-তপাবৰিৰ পাৰছ আলীৰ ২১ বছৰীয়া পুত্ৰ আব্বাছ আলী বুলি চিনাক্ত কৰিছে।

হত্যাকাণ্ডটো ৰজিবুলে সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দি কয় যে বন্ধুৰ পত্নীৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক থকা বাবেই বন্ধুজনক হত্যা কৰিছে।

ৰজিবুল আলীয়ে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ১৬ ফেব্ৰুৱাৰি অৰ্থাৎ দেওবাৰে নিশা সংঘটিত কৰিছিল।

পাঠশালা আৰক্ষীয়ে এই ঘটনাৰ অভিযোগ লাভ কৰাত লগে লগে অনুসন্ধান আৰম্ভ কৰি কালপ্ৰিটজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে হত্যাকাৰী যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ নং ধাৰাৰ অধীনত ৯৮/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে স্থানীয় লোকসকলে এই ঘটনাক নিন্দা জনোৱাৰ লগতে গ্ৰেপ্তাৰ হোৱা যুৱকজনক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd