• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতি শীঘ্ৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 11:59 am
90
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ চংখাম অঞ্চলৰ এমপঙ গাওঁৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক কোনো অচিনাক্তই ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত বুধবাৰে মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৱে জিলা প্ৰশাসন আৰু আৰক্ষীক তদন্ত ক্ষীপ্ৰতৰ কৰি তুলি ধৰ্ষণকাৰী কেইজনক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে এনে ঘটনাক নিন্দাকৰাৰ উপৰি এনে অমানৱীয় কাণ্ড সংঘটিত কৰা লোককেইজনৰ মানসিক অৱস্থাৰ বিষয়েও প্ৰশ্ন উথ্থাপণ কৰে। এই নাৰকীয় কাণ্ড সংঘটিত কৰা পাষাণ কেইজনক অতি সোনকালে কৰায়ত্ত কৰি যাৱতীয় শাস্তি বিহা হ’ব বুলি মুখ্য মন্ত্ৰী খাণ্ডুৱে জনায়। তেওঁ লগতে কয় যে প্ৰশাসনৰ প্ৰতি বিশ্বাস ৰাখিবলৈ হ’লে আমি অতি সোনকালে দোষীক কৰায়ত্ত কৰিব লাগিব। জঘন্য কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায় দুৰ্ভগীয়া পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে।

ৰাজ্যত নাৰীৰ ওপৰত অভাৱনীয় হাৰত বৃদ্ধি পোৱা দুস্কাৰ্যমূলক ঘটনাৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশ মহিলা কল্যাণ সমাজে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰি ৰ্বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়। ইয়াৰ উপৰি এই সংগঠনটোৱে সকলো লোককে দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ন্যায় প্ৰাপ্তিৰ বাবে থিয় হ’বলৈ আহ্বান জনায়। আনহাতে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ ফালৰ পৰাও শ্ৰদ্ধা জ্ঞাপন কৰে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd