• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনূৰ্ধ্ব-১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট দখলেৰে বি চি চি আইৰ বাৰ্ষিক বঁটা জিনিলে অসমৰ ৰাহুল সিঙে

সুমন্ত কাকতি by সুমন্ত কাকতি
June 15, 2018 5:00 pm
Assam cricketer Rahul Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬-১৭ বৰ্ষৰ ছিজনত অনূৰ্ধ্ব-১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট লাভ কৰাৰ বাবে বি চি চি আইৰ বাৰ্ষিক বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম ৰঞ্জী ক্ৰিকেট দলৰ বাঁওহতীয়া অফব্ৰেক স্পীনাৰ ৰাহুল সিঙে।

ভাৰতৰ অনুৰ্ধ-১৯ কোচবিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট লাভ কৰাৰ সুবাদত ৰাহুল সিঙক এক বৰ্ণাঢ্য গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এম এ  চিদাম্বৰমৰ সোঁৱৰণত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজে এই বঁটা প্ৰদান কৰে।

Apply Now

বেংগালুৰুত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ভাৰতৰ বহুগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ক্ৰিকেটাৰৰ বিপুল হাতচাৰিৰ মাজত বঁটা গ্ৰহণ কৰি ৰাহুলক যথেষ্ট উৎফুল্ল দেখা যায়। উক্ত বঁটাত আছিল এটা ষ্মাৰক সম্বলিত সুদৃশ্য ট্ৰফী আৰু ১.৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।

 

স্মৰ্তব্য যে ৰাহুলে বিগত বৰ্ষৰ কোচবিহাৰ ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৫০ টা উইকেট লাভ কৰা বিৰল কৃতিত্ব স্থাপন কৰিছিল।

ৰাহুলে ৮ খন চাৰিদিনীয়া মেচত সৰ্বমুঠ ৫৪ টা উইকেট দখল কৰে, প্ৰতি মেচত ১০.৬ গড়েৰে উইকেট পোৱা স্পীনাৰ জনে ৬ বাৰ ৫টা বা ততোধিক উইকেট লাভ কৰি নিজৰ প্ৰতিভাৰ চানেকি দাঙি ধৰে।

অসমৰ ভৱিষ্যতৰ তাৰকা বুলি অভিহিত কৰা ৰাহুলক ততালিকেই অসমৰ অন্তিম চাৰিখন মেচৰ বাবে দলভুক্ত কৰা হয়। উক্ত মেচসমূহত তেওঁ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহলেও ৬৩ ৰাণৰ বিনিময়ত ৪ টা উইকেট দখলৰ সৰ্বোচ্চ মেচ ফিগাৰেৰে দহটা উইকেট লাভ কৰে।

ৰাহুলে অসমৰ দলত প্ৰয়োজন হোৱা এজন দক্ষ স্পীনাৰৰ ৰিক্ত স্থান পূৰাব বুলি আশা কৰা হৈছে। বলত অতিৰিক্ত ফ্লাইট, ঘূৰ্ণন দিব পৰা দক্ষতাৰ অধিকাৰী ৰাহুলে আন্তঃ জিলা প্ৰতিযোগিতাত ঘৰুৱা দল শিলচৰৰ হৈ খেলি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

সুমন্ত কাকতি

সুমন্ত কাকতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd