• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপপ্ৰচাৰ আৰু ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈহে বাগানৰ মানুহে বিজেপিক ভোট দিছিল : ভগীৰথ কৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 11:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘স্বাধীনতাৰ পাছৰে পৰা চাহ বাগানৰ লোকসকলে কংগ্ৰেছৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছিল। কিন্তু পূৰ্বৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ অপ-প্ৰচাৰ আৰু ভুৱা প্ৰতিশ্ৰুতিৰ ফলতেই চাহ বাগানৰ সমৰ্থন বিজেপিয়ে পালে।’ আজি গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনত সংবাদমেলৰ জৰিয়তে স্বাধীনোত্তৰ সময়ছোৱাত অসমৰ চাহবাগানসমূহ কংগ্ৰেছৰ সমৰ্থনত থকা বুলি স্বীকাৰ কৰি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ভগীৰথ কৰণে।

আজিৰ সংবাদমেলত ভগীৰথ কৰণে বিজেপিয়ে চলোৱা অপ-প্ৰচাৰ বাখ্যাৰ সন্দৰ্ভত কয় যে ‘চাহ বাগানৰ ৯০ শতাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী লোক। যদি বিজেপিক ভোট নিদিয়ে তেন্তে ৰাজ্যখনেই মুছলিম ৰাজ্য হৈ যাব বুলি তেওঁলোকৰ মাজত প্ৰচাৰ চলালে।’

Apply Now

তদুপৰি বিজেপিয়ে চাহ বাগানৰ লোকসকলক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰি তেওঁ কয় যে, ‘বাগানৰ শ্ৰমিকসকলক ৩৫০ টকাকৈ মজুৰি দিম বুলি বিজেপিয়ে প্ৰলোভন দিছিল। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত এজন শ্ৰমিকে ১৩৭ টকা আৰু বৰাক উপত্যকাত এজন শ্ৰমিকে মাত্ৰ ১১৫ টকা পায়। ৩৫০ টকা বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে মাত্ৰ ৩০ টকাকৈহে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ল’লে।’

তেওঁ লগতে কয় যে, ‘নৰেন্দ্ৰ মোদী বিধানসভাৰ পূৰ্বে ডিব্ৰুগড়ত আহি ঘোষণা কৰিছিল যে চাহ বাগানৰ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে ৪০ হাজাৰ কোটি টকা পৰি আছে। কংগ্ৰেছ চৰকাৰে এইসমূহ টকা খৰচেই কৰিব পৰা নাই। বিজেপি শাসনলৈ আহিলে ঘৰে ঘৰে ৪০ হাজাৰ কোটি টকাৰ পৰা লাভ কৰিব।’

হাস্যকৰভাৱে গুৱাহাটী মহানগৰীৰ শিক্ষিতসকলে মোদীৰ প্ৰতিশ্ৰুতিৰ পিছত দৌৰিছিল বুলি সদৰী কৰি তেওঁ কয় যে, ‘চাহ শ্ৰমিকসকলটো তেওঁলোকৰ তুলনাত সাধাৰণ মানুহহে।’

আনহাতে একেখন সংবাদমেলতে উপস্থিত থকা ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে কয় ‘চাহ শ্ৰমিকসকলক মোদীয়ে এ টি এম খোলাই দিলে হয়, কিন্তু ৰাজ্যৰ চাহ বাগিচাসমূহৰ এটা এ টি এমো এতিয়ালৈকে কাৰ্য্যকৰী হোৱা নাই। এইবোৰ মিছা প্ৰতিশ্ৰুতি আছিল।’

তাৎপৰ্য্যপূৰ্ণভাৱে চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাই অনুসূচিত জাতি-জনজাতিৰ দাবীৰে দীৰ্ঘদিন ধৰি আন্দোলন চলাই অহা বুলি সদৰী কৰি বিধায়কগৰাকীয়ে লগতে কয় ‘বিজেপিৰ কেন্দ্ৰীয় জনকল্যাণ মন্ত্ৰী জুৱেল ওৰামে আহি ৬ মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিৰ প্ৰভাৱ চাহ জনগোষ্ঠীয় লোকসকলৰ ওপৰত পৰিল, যাৰ কাৰণে তেওঁলোক বিজেপিৰ প্ৰতি ধাৱমানিত হ’ল।’

ইয়াৰোপৰি চাহ বাগানসমূহৰ শিক্ষা ব্যৱস্থা পূৰ্বতকৈও বেয়াৰ ফালে ঢাল খোৱা বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে। তেওঁ লগতে কয় যে ‘চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহত আঢ়ৈ বছৰ ধৰি পাঠ্যপুঠিয়েই লাভ কৰা নাই। চাহ বাগান এলেকাসমূহত বিশেষকৈ ডুমডুমা, বাক্সা, চিৰাং, ওডালগুৰিকে ধৰি ৬ খন মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধান সভাত কোৱা কথাসমূহো মিছা। বিজেপিয়ে যিমান কথা কৈছে সকলো একো একোটা ফাঁকি।’

সংবাদমেলতে ভগীৰথ কৰণ আৰু দুৰ্গা ভূমিজ দুয়োগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত মিছা প্ৰতিশ্ৰুতিৰ ফলাফল বিজেপিয়ে হাতে-হাতে পাব বুলি দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd