• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিশ্বাস্য হ’লেও সত্য : মাজুলীৰ কৃষকে পথাৰত পোক ধৰি গঢ়িলে অভিলেখ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 10, 2018 1:22 pm
Majuli-beetle-catching-570x320
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান আৰু গৰাহখহনীয়াই জুৰুলা কৰা মাজুলীৰ কৃষক সকলে বছৰ বছৰধৰি সন্মুখীন হৈ অহা এক ডাঙৰ সমস্যা হৈছে কৃষি পথাৰত হাতীপোকৰ উপদ্ৰৱ । এই উপদ্ৰৱ ৰোধ কৰাৰ অৰ্থে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈছে যদিও ইয়াৰ সমাধান সূত্ৰ উলিওৱাত ব্যৰ্থ হোৱাত সোমবাৰে মাজুলীৰ খেতিয়কসকলে এক ব্যতিক্ৰমী কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে কালি নিশা মাজুলীৰ কৰতিপাৰৰ চাৰিঘৰীয়া চাপৰিত ১০০ জন কৃষক, কৃষি বিজ্ঞানী আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলে গাঁৱৰ কৃষকসকলক লগত লৈ পথাৰত পোক ধৰা দেখিবলৈ পোৱা যায়। এই দলটোৱে নিশা পথাৰৰ পৰা ৭৩০৭৭ পোক ধৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয়।

Apply Now

পূৰ্বেও মাজুলীৰ বিভিন্ন পথাৰত এনে অভিযান চলাই হাতী পোক ধৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ সকলো ৰেকৰ্ড ভঙ্গ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে মাজুলীৰ কৃষকে অশেষ কষ্ট কৰি কৰা আহু আৰু বৰো ধানৰ শ-শ বিঘা কৃষি ভূমি প্ৰতি বছৰেই হাতী পোকে খাই তহিলং কৰে। বিশেষকৈ এপ্ৰিল, মে মাহত বংশ বৃদ্ধি হোৱা এই পোক বিধ ধ্বংস কৰিবলৈ কৃষক সকলে ঔষধ ব্যৱহাৰ কৰাৰ লগতে নানা কৌশল অৱলম্বন কৰিলে যদিও আজিলৈ কৃতকাৰ্যতা নাপালে কৃষকসমাজে।

খেতি পথাৰ বিনষ্ট কৰা এই পোক বিধৰ সম্পৰ্কত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক বাদল ভট্টাচাৰ্যই বিগত তিনি বছৰৰ পৰা মাজুলীৰ কৃষি পথাৰ সমুহৰ ওপৰত গৱেষনা চলাই আছে। কিন্তু চিকিৎসকগৰাকীয়েও আজি পৰ্যন্ত পোক বিধ নিয়ন্ত্ৰণৰ বাবে কোনো বিহিত ব্যৱস্থা উদ্ভাৱণ কৰিব পৰা নাই।

সেয়ে কালি নিশা স্থানীয় কৃষক, কৃষি বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীৰ দলে কৃষি পথাৰৰ পৰা পোক ধৰি সাময়িকভাবে কৃষকসকলক সকাহ দিয়াৰ লগতে এক অভিনৱ ৰেকৰ্ড গঢ়িবলৈও সক্ষম হয়। দলটোৰ এই কাৰ্যত স্থানীয় লোকৰ লগতে কৃষক সমাজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd