• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নৰ বিত্ত সম্পাদক ওজিং তায়িং হত্যাৰ গোচৰ চিবিআইৰ হাতত অৰ্পণ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
July 6, 2018 9:50 pm
18061708
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল চৰকাৰে ওজিং তায়িং হত্যাৰ গোচৰটো তৎকালীনভাৱে বলৱৎ হোৱাকৈ কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআইৰ হাতত অৰ্পণ কৰিছে। অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নৰ বিত্ত সম্পাদক প্ৰয়াত তায়িঙক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰিছিল।

নিহত তায়িঙৰ ককায়েকৰ অভিযোগৰ ভিত্তিত ২০১৭ৰ ১৪জুনত এই হত্যাকাণ্ডৰ সন্দৰ্ভত ইটানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪১/৩২৬/৩০২/৩৪ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰটোৰ কোনো সূত্ৰ বাহিৰ নোহোৱাত এই গোচৰটো চলিত বৰ্ষৰ ৪জুনত বিশেষ অনুসন্ধান দল  (এছআইটি)লৈ হস্তান্তৰিত কৰা হৈছিল।

Apply Now

উল্লেখ্য যে বৃহস্পতিবাৰে অৰুণাচলৰ গৃহ আয়ুক্তগৰাকীয়ে চিবিআইলৈ গোচৰটো হস্তান্তৰিত কৰাৰ সময়ত এখন পত্ৰত ৰাজ্যিক আৰক্ষীৰ বিশেষ অনুসন্ধান দলৰ অনুসন্ধানৰ সাৰাংশখিনি অৰ্পণ কৰিছিল।

শুকুৰবাৰে অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছে যে এবছৰ পাছতো অতি গুৰুত্বপূৰ্ণ গোচৰটো আশানুৰূপভাৱে সঠিক দিশত আগনবঢ়াৰ হেতুকে তথা দোষীৰ কোনো শুংসূত্ৰ লাভ নকৰাৰ বাবে এই গোচৰটোৰ অনুসন্ধানৰ ভাৰ চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে।

ৰাজ্যৰ সঞ্চালক প্ৰধানৰ ছুপাৰিশৰ ভিত্তিত উপযুক্ত কৰ্তৃপক্ষই বিষয়টো পৰীক্ষা কৰাৰ পাছত নিহতৰ পৰিয়ালে খৰতকীয়াকৈ সুবিচাৰ পোৱাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে গোচৰটো চিবিআইক হস্তান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইতিমধ্যে হত্যাৰ সুবিচাৰৰ দাবীক আগুৱাই নিয়া এইএছডিয়ু এ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

আনহাতে অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুমনিয়নৰ সভাপতি ওয়িন উছুঙে কোনো ৰাজনৈতিক হস্তক্ষেপ অবিহনে ঘটনাটোৰ এটা নিৰপেক্ষ অনুসন্ধানৰ দাবী কৰিছে।

অনুসন্ধানৰ তথা গোচৰটোৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্যিক আৰক্ষীৰ বিশেষ অনুসন্ধান দলৰ দক্ষতাহীনতাৰ গোচৰটো চিবিআইক অৰ্পণ কৰাৰ বাবে বাবে ৪জুলাইত অল ইষ্ট ছিয়াং ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ য়ুনিয়নে সমগ্ৰ দিন ধৰি পূব ছিয়াং জিলা বন্ধ ঘোষণা কৰিছিল। গোচৰটো চিবিআইলৈ হস্তান্তৰিত নহ’লে এক বিস্তৃত বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছিল ছাত্ৰ সংগঠনটোৱে।

গোচৰটোৰ নিষ্পত্তি খৰতকীয়া কৰা পূব অৰুণাচল লোকসভাৰ সাংসদ নিনোং ইৰিঙে গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰি হত্যাকাণ্ডটোৰ চিবিআই তদন্তৰ বাবে অনুৰোধ জনাইছিল।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd