• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম ক্ৰিকেটত ব্যতিক্ৰম ঘটনা : একেটা দলতে খেলিলে মাতৃ-কন্যা

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
April 4, 2018 1:13 pm
karimganj-cricket-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ক্ৰীড়া জগতৰ বাবে এক বিচিত্ৰকৰ খবৰ। মাতৃ আৰু কন্যা দুয়োগৰাকীয়ে একেটা দলৰ হৈ খেলিলে ক্ৰিকেট । শুণিবলৈ আশ্চৰ্যকৰ যদিও এয়া সত্য। এই ব্যতিক্ৰমী দৃশ্য উপভোগ কৰিলে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ক্ৰিকেট প্ৰেমীসকলে।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ অঞ্চলৰ জুমবস্তিৰ নিবাসী মন্দিপা কাইৰী আৰু তেওঁৰ জীয়ৰী বহ্নিশিখাই বংগশ্ৰী ক্লাবৰ হৈ প্ৰতিনিধিত্ব কৰি এখন মেচত অংশগ্ৰহণ কৰে।

Apply Now

সম্প্ৰতি কৰিমগঞ্জ জিলা সংস্থাই আয়োজিত মহিলা ক্ৰিকেট টুৰ্ণামেণ্টত এই দুয়োগৰাকী খেলুৱৈয়ে একেটা দলৰ হৈ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ক্ৰিকেটৰ প্ৰতি দুৰ্বলতা থকা মন্দিপাই সৰুৰে পৰা খেলি আহিছে জনপ্ৰিয় খেল ক্ৰিকেট। মন্দিপাই বুলেট ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা বদৰপুৰত অলেখ সংখ্যক ক্ৰিকেট মেচ খেলাৰ লগতে বিভিন্ন আমন্ত্ৰণমূলক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে।

ইয়াৰ উপৰি তেওঁ ১৯৯৭ চনত অসম ক্ৰিকেট দলকো প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ হৈ একমাত্ৰ খেলখন খেলিছিল উৰিষ্যাৰ বিৰুদ্ধে।

আনহাতে ২০১০ চনত হোৱা আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাতো মন্দিপাই কৰিমগঞ্জ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা ক্ৰিকেট জগতৰ পৰা আতৰি গৈছিল মন্দিপা।

কিন্তু গিৰিয়েকৰ আকস্মিক মৃত্যুৰ পাছৰে পৰা তেওঁ পুনৰ ক্ৰিকেট জগতলৈ ঘুৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক্ৰিকেটৰ প্ৰতি থকা দুৰ্বাৰ হেপাহৰ ফলতেই দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট জগতলৈ ঘুৰি অহা মন্দিপাই তেওঁৰ পুত্ৰ আৰু জীয়ৰীকো ক্ৰিকেট খেললৈ আনে।

আৰু অৱশেষত মন্দিপাই নিজৰ মনোকামনা পূৰণ কৰি নিজৰ কন্যাৰ লগত একেটা দলতে খেলি সকলো দৰ্শককে আপ্লুত কৰে।

উল্লেখ্য যে মন্দিপাৰ কন্যা বহ্নিশিখাও নিজৰ প্ৰতিভাৰ উমান দি ভৱিষ্যতত নিজ মাতৃৰ দৰে এগৰাকী সফল ক্ৰিকেটাৰ হ’ব পাৰিব বুলি সকলোৱে আশা ব্যক্ত কৰে।

শিভাশীষ চক্ৰৱৰ্তী

শিভাশীষ চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd