• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মিজোৰামৰ সীমা বিবাদ: কেন্দ্ৰীয় গৃহমন্ত্ৰীক হস্তক্ষেপৰ দাবী লাল থানহাওলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2018 12:39 pm
rajnath

Union Home Minister Rajnath Singh: File Photo

108
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰামৰ সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই বিবদমান বিষয়টোত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে সীমামূৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই।

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা এল আৰ ছাইলোই প্ৰকাশ কৰা অনুসৰি সোমবাৰে লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ এক পত্ৰ পেৰণ কৰি দুয়োখন ৰাজ্যৰ মাজত শান্তি বৰ্তাই ৰাখিবলৈ তেওঁক হস্তক্ষেপ কৰাৰ আহ্বান জনায়।

আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই অসম আৰক্ষীয়ে মিজো যুৱকৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ইয়ে দুয়োটা অঞ্চলৰ শান্তি বিঘ্নিত কৰিব বুলি শংকা প্ৰকাশ কৰে। লাল থানহাওলাই লগতে প্ৰকাশ কৰে যে পূৰ্বৰে পৰা অসমৰ সৈতে মিজোৰামৰ সীমা বিবাদ আছে আৰু কেতিয়াবা এই বিবাদে সীমান্ত এলেকাত গুৰুতৰ ৰূপ ধাৰণ কৰে।

আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই লগতে কয় যে এই সমস্যা সমাধানৰ বাবে ৰাজ্য দুখনৰ মুখ্য সচিব পৰ্যায়ত ১৯৯৫-৯৬ চনত আলোচনা হৈছিল আৰু পাছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সেয়া সম্ভৱ নহ’ল।

শেহতীয়া সীমা বিবাদৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd