• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ অতি বিশিষ্ট সেৱা মেডেল

প্ৰণৱ কুমাৰ দাস আৰু অভিক চক্ৰবৰ্তী by প্ৰণৱ কুমাৰ দাস আৰু অভিক চক্ৰবৰ্তী
January 25, 2018 10:01 pm
সেনাপ্ৰধানৰ সৈতে মে’জৰ জেনেৰেল কলিতা

সেনাপ্ৰধানৰ সৈতে মে’জৰ জেনেৰেল কলিতা

202
VIEWS
Share on FacebookShare on Twitter

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতাক গণৰাজ্য দিৱস উপলক্ষে অতি বিশিষ্ট সেৱা মেডেল আগবঢ়োৱা হৈছে।

তেওঁ জম্মু-কাশ্মীৰৰ ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ এটা ডিৱিজনৰ নেতৃত্বত আছিল।

সন্মানিত সেনা বিষয়াজনৰ ঘৰ ৰঙিয়াত। তেওঁৰ দেউতাকো সেনাবাহিনীৰ বিষয়া আছিল।

গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ কলিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰি একাডেমিৰো প্ৰাক্তন ছাত্ৰ।

সামৰিক বাহিনীলৈ তেওঁ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কলিতা ইতিপূৰ্বে বিশিষ্ট সেৱা মেডেল আৰু সেৱা মেডেলেৰেও সন্মানিত হৈছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীটো কাৰ্য্যনিৰ্বাহ কৰিছিল।

সেনাবাহিনীৰ এক প্ৰে’ছ বিবৃতি অনুসৰি, ‘১৯৮৪ চনত তেওঁক ৯ কুমাওঁ ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল। তেওঁ কাশ্মীৰত ১৩ আৰ আৰ বেটেলিয়ন, লখ্নৌত ৭১ ইনফেন্ত্ৰি ব্ৰিগেড আৰু বাৰামুলাত ১৯ ইনফেন্ত্ৰি ডিৱিজনৰ নেতৃত্ব দিছিল। তেওঁ সেনা মুখ্য কাৰ্য্যালয়ত বিভিন্ন বিভাগীয় আৰু পৰামৰ্শদাতা পদবীত কাৰ্য্যনিৰ্বাহ কৰিছিল। বাৰামুলা ডিৱিজনৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ শ্ৰীনগৰত ১৫ কৰ্পচৰ ব্ৰিগেডিয়াৰ পদবীত আছিল।’

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd