• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনত সাহিত্য অনুৰাগী, গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 1, 2018 7:58 pm
Lorinjyoti gogoi AASU General Secretary and other dignitaries person during sahid Tarpan program at bardumsha in tinsukia District on 01-02-2018. Pix BY UB Photos
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই ৰাজ্যখনৰে গ্ৰন্থপ্ৰেমী, সাহিত্য অনুৰাগী, কবি, লেখক আৰু শিক্ষানুৰাগীৰে তিনিচুকীয়াৰ বৰডুমচাৰ বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ তম অধিৱেশনখনৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে বহু লোকৰ সমাগম ঘটে।

ৰাজ্যখনৰ বৃহৎ সাহিত্য সংগঠন অসম সাহিত্য সভাৰ ৫ দিনীয়া অধিৱেশনখন বুধবাৰৰ পৰা আৰম্ভ হৈছে। অধিৱেশনখনত ৰাজ্যখনৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ হেজাৰ সংখ্যক সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে।

Apply Now

অসম সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অধিৱেশনস্থলীৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত  সাহিত্য সভাৰ কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

দুয়োখন ৰাজ্যৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰ লক্ষ্যৰে এই বছৰ সাহিত্য সভাই যৌথ প্ৰচেষ্টাৰে সভাৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

01-02-18 Bardumsha- Asom Sahitya sabha (6)বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ উপ সভাপতি প্ৰহ্লাদ তাছাই সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ অনুপস্থিতিত সভাৰ পতাকা উত্তোলন কৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বুধবাৰে বৰা দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

বৃহস্পতিবাৰে বিদ্যায়তনিক আৰু সাংস্কৃতিক আলোচনা চক্ৰৰ লগতে বিভিন্ন জনগোষ্ঠীয় প্ৰদৰ্শনী, পৰম্পৰাগত খেল, গ্ৰন্থ উন্মোচনী আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

শুকুৰবাৰে অৰুণাচলত অৱস্থিত ছিংফো হেৰিটেজ চেন্টাৰৰ পৰা বডৌচা সমন্বয় ক্ষেত্ৰলৈ ৯ কিলোমিটাৰ জুৰি এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। এগৰাকী আয়োজকে জনোৱা মতে দুয়োখন ৰাজ্যৰ পৰা ১০,০০০ কৈ লোকে শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে।

নৱ নিৰ্বাচিত সভাপতি পৰমানন্দ ৰাজবংশীয়ে আন নিৰ্বাচিত সদস্যসকলৰ সৈতে চলিত অধিৱেশনতে সাহিত্য সভাৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd