• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত প্ৰথম : পুৰুষ বা মহিলা নহয়, ‘তৃতীয় লিংগ’ৰ স্বাতী বিধান বৰুৱা নিযুক্ত হ’ল ন্যায়াধীশৰূপে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 14, 2018 5:23 pm
swati bidhan baruah assam
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিংগ পৰিৱৰ্তনকাৰী স্বাতী বিধান বৰুৱা অসমৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে। দেশৰ ভিতৰতে তৃতীয় লিংগৰ তৃতীয়গৰাকী ন্যায়াধীশ হিচাপে পৰিগণিত হোৱা বৰুৱাই গুৱাহাটীত অহা শনিবাৰে অনুষ্ঠিত হ’ব লগা লোক আদালতত ২০ গৰাকী ন্যায়াধীশৰ এগৰাকী হিচাপে ভাগ ল’ব।

কামৰূপ (মহানগৰ)জিলা আইনী সাহায্য কৰ্তৃপক্ষই বৰুৱাক এই পদত নিযুক্তি দিছে।

Apply Now

তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰৰ বাবে দীৰ্ঘদিনধৰি যুঁজি অহা স্বাতীয়ে এই নিযুক্তিত আনন্দ প্ৰকাশ কৰিছে। ‘আমি, তৃতীয় লিংগৰ ব্যক্তিসকল, প্ৰায়েই একাংশ মানুহৰ দ্বাৰা ৰাজহুৱাকৈ ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’ব লগা হয়। মই নিশ্চিত যে মোৰ এই নিযুক্তিয়ে তেওঁলোকক এই কথা উপলব্ধি কৰোৱাব যে তৃতীয় লিংগৰ ব্যক্তিসকল অস্পৃশ্য নহয়,’ সংবাদ মাধ্যমত মন্তব্য উল্লসিত স্বাতীৰ।

লিংগ পৰিৱৰ্তনত পৰিয়ালৰ বিৰোধিতা কৰি বম্বে’ উচ্চ ন্যায়ালয়ত ২০১২ চনত তৰা এক গোচৰৰ জৰিয়তে স্বাতী দেশজোৰা চৰ্চালৈ আহিছিল।

গুৱাহাটীৰ কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ চৌহদত শনিবাৰে হ’ব লগা লোক আদালতত অধ্যক্ষতা কৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ আলী হাজৰিকাই।

স্বাতীৰ পূৰ্বে পশ্চিম বংগৰ জয়িতা মণ্ডলে দেশৰ প্ৰথমগৰাকী আৰু মহাৰাষ্ট্ৰৰ ৱিদ্যা কাম্বলে দ্বিতীয়গৰাকী তৃতীয় লিংগৰ ন্যায়াধীশৰূপে নিযুক্ত হৈছিল।

পুৰুষ আৰু মহিলা এই দুই লিংগৰ বাহিৰৰ সমকামী, উভয়কামী আৰু ত্ৰান্সজেন্দাৰ (LGBT) ব্যক্তিসকল বিশ্বজুৰি তৃতীয় লিংগ হিচাপে স্বীকৃত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ

জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ

June 11, 2026 1:41 pm
ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

June 11, 2026 1:12 pm
ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ : মনোনয়ন বাতিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল মীনাক্ষী নটৰাজন

June 11, 2026 12:59 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশলৈ বুঢ়া আঙুলি! কাজিৰঙা-কাৰ্বি আংলং বন্যপ্ৰাণী কৰিডৰত চলিছে অবাধ লুণ্ঠন আৰু নিৰ্মাণকাৰ্য

June 11, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ

জাগীৰোডত উপগ্ৰহ চহৰ প্ৰকল্পক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ

June 11, 2026 1:41 pm
ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

ছিক্স নোহোৱাকৈ ২০০ ষ্ট্ৰাইক ৰেটত বৈভৱ সূৰ্যবংশীৰ ৪৪ ৰাণ, হৰ্ষ ভোগলেই জনালে প্ৰশংসা কিন্তু ৰৈ গ’ল এক আক্ষেপ

June 11, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd