• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত বন্যহস্তীৰ সন্ত্ৰাসৰ মোকাবিলা কৰিবলৈ বন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে ম’বাইল এপ ঐৰাৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 2:02 pm
হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ ধেমাজি আৰু নগাওঁ বন সংমণ্ডল বিভাগে প্ৰস্তুত কৰি উলিওৱা ম’বাইল এপটো

হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ ধেমাজি আৰু নগাওঁ বন সংমণ্ডল বিভাগে প্ৰস্তুত কৰি উলিওৱা ম’বাইল এপটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ নগাঁও আৰু ধেমাজি বন সংমণ্ডলে যৌথভাৱে ঐৰাৱত নামেৰে এটা ম’বাইল এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে। ঐৰাৱত হ’ব এটা স্থান-ভিত্তিক এপ যিয়ে সুৰক্ষাকৰ্মীসকলক তাৎক্ষণিকভাৱে আৰু কাৰ্যকৰীভাৱে ব্যৱস্থা গ্ৰহণত সহায় কৰিব। এই এপ টো শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব।

তৃণমূল পৰ্যায়ৰ কৰ্মী, গাওঁ অঞ্চলৰ বাসিন্দা, ৰে’লৱে, ৰাজহ চক্ৰ কাৰ্যালয় সকলোকে লগ্ ইন আইডি প্ৰদান কৰা হ’ব। সকলো পক্ষৰে অৱস্থান এপটোত দেখা পোৱা যাব।

Apply Now

যেতিয়াই হাতীৰ জাক এটা ওলাব এপটোৰ জৰিয়তে সতৰ্কতামূলক বাৰ্তা আহি যাব। এপটোৱে হাতীৰ অৱস্থানৰ ঠাইখিনিও জনাব। বৰ্তমান সঁহাৰি তথা প্ৰতিক্ৰিয়াৰ সময় নিৰ্দ্ধাৰিত কৰা হোৱা নাই।

ঐৰাৱতে হাতীৰ জাকৰ গতিবিধিৰ লগতে সিহঁতৰ অৱস্থান সম্পৰ্কে নিৰন্তৰভাৱে বন বিভাগৰ দৃষ্টিগোচৰ কৰি ৰাখিব। হাতীৰ জাকটোক বনাঞ্চলৰ ভিতৰলৈ খেদি পঠিওৱা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে সকলো পক্ষই সক্ৰিয় হৈ থাকিব।

শক্তি বিভাগৰ বিষয়াসকলো ইয়াত জড়িত থাকিব যাতে হাতী অহা যোৱা কৰা পথত বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ তৎকালীনভাৱে বিদ্যুৎ সংযোগ কাটি দিব পাৰে।

দ্বিতীয় পৰ্যায়ত, বন বিভাগে ঐৰাৱতৰ জৰিয়তে এককালীন সাহায্য তথা ক্ষতিপূৰণ দিয়া ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। বন্যহস্তীয়ে ধ্বংস কৰা ছবি আপলোড কৰিব পৰা যাব আৰু তাত ক্ষতিপূৰণৰ বাবে আবেদন কৰিবলগীয়া এখন প্ৰ-পত্ৰ থাকিব।

ৰাজহ কাৰ্যালয়ৰ অনুমোদনৰ পৰা বন সংৰক্ষকৰ কাৰ্যালয়লৈ গোটেই ব্যৱস্থাটো কাগজৰ ব্যৱহাৰশূণ্য কৰি তোলা হ’ব। কেৱল চূড়ান্ত পৰ্যায়ত যেতিয়া টকা অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব তেতিয়াহে এখন কাগজ কপিৰ ব্যৱহাৰ হ’ব। এইটোৱে ব্যৱস্থাটোক স্বচ্ছ কৰি তুলিব বিষয়াসকলে তেওঁলোকৰ ফালৰ পৰা হোবা বিলম্বৰ বাবে উত্তৰদায়ী হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd