• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

অসমৰ দৰেই মেঘালয়তো খিলঞ্জীয়াৰ পৰিচয়ৰ সংকটক বিজেপিয়ে গুৰুত্ব দিছে : নলীন এছ কোহলি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ দশম বিধানসভাৰ বাবে সমাগত নিৰ্বাচনত শাসনত থকা কংগ্ৰেছকে মূল প্ৰতিদ্বন্দ্বী হিচাপে লক্ষ্য কৰি লোৱা বিজেপিয়ে অসমৰ দৰেই খিলঞ্জীয়া লোকৰ পৰিচয় সুৰক্ষাৰ বিষয়টো ভোটাৰৰ সন্মুখত দাঙি ধৰিবৰ প্ৰয়াস কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু মেঘালয়ৰ দায়িত্বত থকা নলীন এছ কোহলিয়ে সোমবাৰে শ্বিলঙত দলটোৰ কাৰ্য্যালয়ত সাংবাদিকক সন্বোধন কৰি কয় যে বিজেপিয়ে অসমৰ দৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনত জনগাঁথনিৰ চৰিত্ৰ সলনি হোৱা বিষয়টো উত্থাপন কৰি আহিছে।

‘উত্তৰ-পূবৰ বিভিন্ন অংশৰ লোকসকলৰ পৰিচয় সম্পৰ্কত বিজেপি সদায় সৰব হৈ আহিছে। উত্তৰ-পূবত বাস কৰা জনজাতি আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ পৰিচয় সুৰক্ষা দিয়াৰ প্ৰশ্নটো সদায় উত্থাপন কৰি অহা হৈছে।’ তেওঁ কয়।

Apply Now

অৱশ্যে বিজেপি শাসিত মণিপুৰত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবী কৰাৰ নিচিনাকৈ মেঘালয়তো ইনাৰ লাইন পাৰ্মিটৰ দাবী উত্থাপন কৰিব নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্ন নেতাজনে এৰাই চলে। তাৰ পৰিৱৰ্তে তেওঁ এই বুলিহে কয় যে বিজেপিয়েই একমাত্ৰ দল যিয়ে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ ফলত অসমৰ দৰে ৰাজ্যবোৰত জনগাঁথনিৰ পৰিৱৰ্তন হোৱা কথাটো গুৰুত্বসহ দাঙি ধৰি আহিছে।

আনহাতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নোহোৱাকৈয়ে খাচি আৰু জয়ন্তীয়া পাহাৰলৈ ৰেইল সেৱা দিয়া হ’ব নে নহয় বুলি সাংবাদিকে প্ৰশ্ন কৰাত এই উত্তৰ দিয়াৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নহয় বুলি কয়।

আনহাতে আজি কোহলিৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি দলৰ এজন ৰাষ্ট্ৰীয় নেতা ৰাজীৱ প্ৰতাপ ৰুডিও উপস্থিত আছিল। তেওঁ কয় যে বিজেপি যদি মেঘালয়ৰ শানস ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনে আন্তঃগাঁথনিৰ ক্ষেত্ৰত সৰ্বোত্তম বিকাশ দেখা পাব।

তেওঁ কয় যে বিজেপিয়ে কোনো সন্দেহ নথকাকৈ সংখ্যাগৰিষ্ঠতা পাব।

উল্লেখযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ৬০ খন বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৪৭জন প্ৰাৰ্থীক নমাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd