• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ ৰাজকোষৰ ওপৰত বোজা : কোনে বহন কৰিব এই ব্যয় ?

প্ৰিয়াক্ষী শৰ্মা by প্ৰিয়াক্ষী শৰ্মা
March 10, 2018 11:23 am
Joined-Photo-570x320
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ নতুন ঘৰৰ ঠিকনা হৈছে আগৰতলাৰ চিপিএমৰ মুখ্য কাৰ্যালয়।

উনসত্তৰ বছৰ বয়সীয়া সৰকাৰ আৰু তেওঁৰ পত্নী পাঞ্চালী ভট্টাচাৰ্যই মাৰ্ক্স-এংগেলছ সৰণিত থকা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনটো খালি কৰি দিছে। এইটোৱে আছিল বিগত ২০ বছৰ ধৰি তেওঁলোকৰ ঘৰৰ ঠিকনা।

Apply Now

দুয়োজনে মেলাৰমথত থকা দশৰথ দেৱ ভৱনলৈ ৰাওনা হৈছে। তেওঁৰ নতুন ঘৰত আছে মাত্ৰ দুটা কোঠা য’ত পাকঘৰৰ সঠিক ব্যৱস্থা নাই। মাৰ্ক্স-এংগেলছ সৰণিৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত থকা এটা অতিথিশালাৰ এটা অংশ এই ঘৰটো।

একেবাৰে বুনিয়াদী সুবিধাযুক্ত চিপিএমৰ অতিথিশালালৈ ৰাওনা হোৱাৰ পিছত জানিব পৰা মতে সৰকাৰে ৰান্ধনিটোক কৈছিল যে তেওঁ দলৰ কাৰ্যালয়ৰ ৰান্ধনিশালত যি ৰন্ধা হয় তাকেই খাব।

নতুন চৰকাৰখনে সৰকাৰৰ বাবে থকাৰ ব্যৱস্থা কৰি নিদিয়ালৈকে সৰকাৰ দম্পতি চিপিএমৰ মুখ্য কাৰ্যালয়ৰ তৃতীয় মহলাৰ এটি অতিথিগৃহতে থাকিব।

মানিক সৰকাৰৰ বিপৰীতে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ দক্ষিণ প্ৰান্তৰ কইনাধৰাত থকা তেওঁৰ চৰকাৰী বাসভৱনটো ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ দুবছৰ পিছতো খালি কৰি দিয়া নাই।

 

08565abe-0b0b-4256-85de-02c7d222d3f9-570x427
গুৱাহাটীৰ চাৰ্ভে, বেলতলাত থকা তৰুন গগৈৰ বাসভৱনটো

আনহাতে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উজান বজাৰৰ আনটো ৰাজ্যিক অতিথিশালা দখল কৰি আছে। এইটো এতিয়া মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন।

ব্ৰহ্মপুত্ৰ হোটেলক ৰাজ্যিক অতিথি ৰখাৰ বাবে ৰাজ্যিক অতিথিশালালৈ সলনি কৰা হৈছে।

গগৈৰ বাবেই ৰাজ্যিক অতিথিশালাটো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ আৰু হোটেলখন এটা ৰাজ্যিক অতিথিশালালৈ সলনি কৰিবলগীয়া হ’ল।

প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী দুয়োগৰাকীয়েই দুটা অতিথিশালাত থকাৰ বাবে ৰাজ্যিক অতিথিসকলক মহানগৰৰ কোনো এখন পঞ্চতাৰকাযুক্ত হোটেলত থকাৰ ব্যৱস্থা কৰি দিবলগীয়া হৈছে। এইটোৱে ৰাজ্যৰ ৰাজকোষৰ ওপৰত বোজা বৃদ্ধি কৰিছে।

ৰাজ্যৰ ৰাজকোষ যেতিয়া ইতিমধ্যে তলি উদং হোৱাৰ পৰ্যায়ত তেনে ক্ষেত্ৰত অতিথিসকলক মহানগৰীৰ ব্যয়বহুল বিলাসী হোটেলত ৰখাৰ প্ৰয়োজন ক’ত। এইবোৰ অতিৰিক্ত ব্যয় চৰকাৰে কেনেদৰে বহন কৰি আছে?

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰে আন এক বাসগৃহ প্ৰদান কৰিব লাগে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী চৰকাৰী বাসভৱনলৈ যাব লাগে। এইটোৱে ৰাজ্যৰ ৰাজকোষক সকাহ দিয়াত সহায় কৰিব।

প্ৰিয়াক্ষী শৰ্মা

প্ৰিয়াক্ষী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd