• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত তৃতীয় ভাষা হিচাপে মৰ্যাদা লাভ কৰিব অসমীয়া ভাষাই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 8:14 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ শিক্ষানুষ্ঠানসমূহত তৃতীয় ভাষা হিচাপে অসমীয়া ভাষাই মৰ্যাদা লাভ কৰিব। অহা বৰ্ষৰ পৰাই অৰুণাচলৰ ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় ভাষা হিচাপে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব পৰাকৈ অৰুণাচল চৰকাৰে প্ৰচেষ্টা হাতত ল’ব।

ইটানগৰত মঙলবাৰে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলৰ সৈতে আলোচনা কালত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডূৱে এই কথা ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচলত পূৰ্বৰে পৰা চলি অহা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ হঠাতে ইংৰাজী তথা হিন্দী মাধ্যমলৈ সলনি হোৱাৰ ফলত অসমীয়া ভাষা শিক্ষণৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ কথা স্বীকাৰ কৰে।

Apply Now

এক বিজ্ঞপ্তিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে যে সাহিত্যসভাৰ প্ৰতিনিধি দলটোৱে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ বৰডুমচা আৰু অসমৰ তিনিচুকীয়া জিলাৰ বুঢ়িদিহিঙৰ সীমান্তৱৰ্তী বৃহৎ ৰিতু পথাৰৰ বডোচা সমন্বয় ক্ষেত্ৰত এক ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম সাহিত্য সভাৰ চতুসপ্ততিতম অধিৱেশন সফল কৰি তোলাৰ বাবে অধিৱেশনস্থলীৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডূক আহ্বান জনায়।

মুখ্যমন্ত্ৰী গৰাকীক প্ৰদান কৰা এক স্মাৰক পত্ৰত বিতংভাৱে উক্ত কথাবোৰ জনোৱা হৈছে আৰু লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সহাৱস্থান গঢ়ি তোলাৰ বাবে লোক খাদ্যৰ বিনিময় তথা সাংস্কৃতিক বিনিময়ৰ বাবেও প্ৰতিনিধি দলটোৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰতিনিধি দলটোৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অৰুণাচলত আয়োজন কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলোধৰণৰ সহোযগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, অহা ৩ ফেব্ৰুৱাৰীত সভাৰ মুকলি অধিৱেশনৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডূৱে অৰুণাচলৰ শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষা শিক্ষণ পাঠ্যক্ৰমৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিব বুলিও বিজ্ঞপ্তিত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd