• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত ‘য়ুনায়িং আৰন’ উৎসৱৰ নামত চিকাৰ কৰি অনা শ শ পশু-পক্ষীৰ মুকলি প্ৰদৰ্শন : পেমা খাণ্ডু চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 10:57 pm
Hunt-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত জনগোষ্ঠীয় পৰম্পৰাৰ নামত ঘটা এটা চৰম লজ্জাজনক তথা উদ্বেগজনক ঘটনাই সকলোৰে চকু কপালত তুলিছে। যদিও অৰুণাচলৰ মানুহৰ বাবে এই ঘটনাটো কোনো ব্যতিক্ৰম নহয়, বৰং ই এটা লোক পৰম্পৰাৰ গতানুগতিক দৃশ্য, ইয়াৰ সৈতে জড়িত হৈ থকা বিপন্ন পশু-পক্ষী নিধনৰ বিষয়টোৱে সকলো প্ৰকৃতিপ্ৰেমী তথা সচেতন লোকক হতবাক কৰি তুলিছে।

বিশেষকৈ মানুহে প্ৰশ্ন তুলিছে পেমা খাণ্ডুৰ চৰকাৰৰ ভূমিকাক লৈ। প্ৰশ্ন তুলিছে পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেডকাৰৰ নীৰৱতাক লৈও।

Apply Now

উল্লেখযোগ্য যে যোৱা ৭ মাৰ্চত অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ এটা বাৰ্ষিক উৎসৱ ‘য়ুনায়িং আৰন’ উদযাপিত হৈছিল। এই উৎসৱৰ পৰম্পৰামতে হাবিৰ পৰা পুৰুষসকলে চিকাৰ কৰি অনা শ শ হিচাপত বিভিন্ন বিপন্ন প্ৰজাতিৰ চৰাই-পশু আদি মুকলিকৈ প্ৰদৰ্শন কৰাৰ লগতে সেইবোৰক কেন্দ্ৰ জনগোষ্ঠীটোৰ লোকসকলক কৰি আনন্দ-স্ফূৰ্তিত ভাগ লোৱা দেখা গৈছিল।

কিন্তু প্রশ্ন হৈছে সমগ্ৰ বিশ্বতে বিপন্ন প্ৰজাতিৰ চৰাই আৰু জন্তুৰ সংৰক্ষৰ বাবে প্ৰকৃতিবিদ তথা প্ৰকৃতিপ্ৰেমীসকলে কাম কৰি থকাৰ লগতে সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰি থকাৰ পিছতো, এই সম্পৰ্কীয় বিভিন্ন আইন গঢ় লৈ উঠাৰ পিছতো এই বৃহৎ নিধন যজ্ঞটো ইমান মুকলিকৈ আৰু বাধাহীনভাৱে আয়োজিত হ’বলৈ পালে কেনেকৈ?

বিজেপি শাসিত প্ৰদেশখনৰ মুখ্য মন্ত্ৰীজনৰ ভূমিকা সম্পৰ্কতো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। কেনেকৈ চৰকাৰখনে এইবোৰ কৰিবলৈ অনুমতি দিব পাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

Hunting-1-300x225

জানিব পৰা মতে, এই বছৰেই নহয়, প্ৰতি বছৰে এই উৎসৱৰ আগ মুহূৰ্তত জনগোষ্ঠীটোৰ পুৰুষসকলে হাবিলৈ চিকাৰ কৰিবলৈ যায়। চিকাৰ কৰি পুৰুষসকলে শ আৰু হাজাৰৰ হিচাপত এই চৰাই আৰু পশুবোৰ মাৰি বা জীৱিত অৱস্থাত ধৰি ঘূৰি অহাৰ পিছতে এইবোৰক শিশুবোৰক খেলিবলৈ দিয়া হয়। তাৰ পিছত সকলোৱে আনন্দ কৰে।

আদি সম্প্ৰদায়ৰ মানুহৰ বসতি প্ৰধান ইটানগৰ আৰু পাচিঘাটত এই উৎসৱ উদযাপন কৰা হয়।

কিন্তু জনগোষ্ঠীয় পৰম্পৰা-উৎসৱৰ নামত বিপন্নপ্ৰায় প্ৰাণীকূল নিধন কৰাটো কিমান গ্ৰহণযোগ্য?

উল্লেখযোগ্য যে অসমত মাঘ বিহুৰ সময়ত ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি চৰাইৰ যুঁজ লগোৱাটো এটা পৰম্পৰা আছিল। কিন্তু যোৱা ২০১৪ চনৰ এটা ৰায়ত উচ্চতম ন্যায়ালয়ে ইয়াক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি ম’হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ নিষিদ্ধ কৰি দিয়ে। শেহতীয়াকৈ কুকুৰা যুঁজো নিষিদ্ধ কৰা হয়।

উচ্চতম ন্যায়ালয়ে সকলো ধৰণৰ পশু-পক্ষীৰ যুঁজ লগোৱা আৰু চিকাৰ কৰা নিষিদ্ধ কৰিছে। তেনেস্থলত অৰুণাচল প্ৰদেশৰ এই ঘটনা নিঃসন্দেহে চিন্তনীয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd