• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই ভিডিঅ’ কনফাৰেন্স যোগে আলোচনাত মিলিত হ’ল উপায়ুক্ত সকলৰ লগত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 9:45 am
98
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰই ৰাজ্যখনৰ উপায়ুক্ত সমূহৰ লগত নেশ্যনেল ফ্লেগশ্বীপ কাৰ্যসূচী ৰুপায়ন সম্পৰ্কে বুজ ল’বলৈ শণিবাৰে ইটানগৰ ৰাজভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্স কৰে। এই কথা-বাৰ্তাত ৰাজ্যপালগৰাকীয়ে উপায়ুক্ত সকলে প্ৰতিনিধিত্ব কৰা নিজৰ নিজৰ জিলা সমূহৰ উন্নয়ন সাধনৰ বাবে কাম কৰিবলৈ অনুৰোধ জনায়।

শিক্ষা, স্বাস্থ্য আদি খণ্ডত যাতে গাঁও সমূহৰ সকলো লোকে সুবিধা লাভ কৰে তাৰ বাবে ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত সকলক তদাৰক কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি সীমান্ত অঞ্চলত থকা গাঁও সমূহক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

এই মত বিনিময় অনুষ্ঠানতে ৰাজ্যপালগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁও সমূহৰ ভূমি পৰীক্ষা কৰি সেই অঞ্চলৰ লোকসকল অৰ্থনৈতিক ভাবে স্বাবলম্বী হোৱাৰ বাবে বিভিন্ন বাদামৰ খেতি কৰাৰ বাবেও পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।

আনহাতে ৰাজ্যৰ যুৱক সকলক ভাৰতীয় সেনাত ভৰ্তিৰ লক্ষ্যৰে আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবেও ৰাজ্যপাল মিশ্ৰই উপায়ুক্তসকলক আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যপালগৰাকীৰ এই আহ্বানৰ পূৰ্বে ৰাজ্যখনৰ দুখন জিলাত আগতীয়া প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা-চৰ্চা কৰিছিল যদিও কিন্তু এতিয়া সকলো জিলাতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

এই মত বিনিময় অনুষ্ঠানৰ শেষত জিলা উপায়ুক্ত সকলে ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰিব বুলি ৰাজ্যপালগৰাকীৰ ওচৰত আশ্বাস প্ৰদান কৰে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd