• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই আই টি গুৱাহাটীৰ গ্ৰাম্য পুথিভঁৰাল আৰু ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 9:59 pm
167
VIEWS
Share on FacebookShare on Twitter

আই আই টি গুৱাহাটীৰ এটা গৱেষকৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গ্ৰাম্য পুথিভঁৰাল আৰু ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। উক্ত প্ৰচেষ্টাৰ জৰিয়তে অঞ্চলটোৰ সামাজিক তথা সাংস্কৃতিক বাতাবৰণলৈ এক ৰূপান্তৰ আনিব খোজা হৈছে বুলি মন্তব্য কৰি গৱেষক দলটোৱে কয় যে তেওঁলোকে ইতিমধ্যে অসমৰ নলবাৰী, বাক্সা আৰু কাৰ্বি আংলং জিলাৰ ভিতৰুৱা গাঁৱত পুথিভঁৰাল তথা ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰিছে। আই আই টি গুৱাহাটীৰ চেণ্টাৰ ফ’ৰ ৰোৰেল টেকন’লজীৰ গৱেষক বিভূতি ৰঞ্জন ভট্টাচাৰ্যই কয় যে তেওঁলোকে ১০ খন গাঁৱত অতি কমেও ২০ টা পুথিভঁৰালেৰে কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পিছতে তেওঁলোকে উত্তৰ-পূবৰ আন ৰাজ্য সমূহলৈ তেওঁলোকৰ এই পদক্ষেপক প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে দলটোৱে অলপতে এই সন্দৰ্ভত ‘ফুট ফ’ৰ থট ফাউণ্ডেচন’ৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে। প্ৰকল্পটোৰ জৰিয়তে গাঁৱৰ যুৱ চামৰ মাজত অধ্যয়নৰ অভ্যাস গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতিখন গাঁৱতে দুটাকৈ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা কৰা হৈছে। আই আই টি গুৱাহাটীৰ এই পদক্ষেপে উগ্ৰপন্থীৰ সমস্যাৰে জৰ্জৰিত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ নিবনুৱা যুৱ চামৰ মানসিকতা সলনি কৰিব বুলি নিশ্চিত ভাৱে আশা কৰিব পাৰি। উল্লেখযোগ্য যে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা মেদেনী ফাউণ্ডেচনৰ সভাপতি এ কে গোস্বমীয়ে এই বছৰৰ ছেপ্টেম্বৰত নলবাৰী জিলাৰ ৰাইটকুছি গাঁৱত প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম উদ্বোধন কৰিছিল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd