• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আই লীগত আজি শ্বিলং লাজঙৰ সন্মুখত ইষ্ট বেংগল: অন্তিম মেচত অৱতীৰ্ণ হ’ব শ্বিলং লাজং

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 2:15 pm
Shillong Lajong FC
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিৰ’ আই লীগ ফুটবল প্ৰতিযোগিতাৰ নিজৰ অন্তিখন মেচত আজি শ্বিলং লাজং দলে নিজৰ ঘৰৰ মাটিত কিংফিছাৰ ইষ্ট বেংগলৰ বিৰুদ্ধে বৃহৎ বিজয়েৰে অভিযান সামৰাৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব। আজিৰ এই মেচখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ইষ্ট বেংগলে শ্বিলঙলৈ অহাৰ পূৰ্বে চেন্নাই এফ চিৰ লগত খেলা মেচখনত ৭-১ গ’লৰ বৃহৎ ব্যৱধানত বিজয়ী হৈছিল। সেয়ে আজিৰ মেচখনৰ বাবে তেওঁলোকৰ মনোবল যথেষ্ট তুংগত বুলি জানিব পৰা গৈছে।

Apply Now

ইষ্ট বেংগলৰ প্ৰশিক্ষক খালিদ জামিলে কয়, ‘শ্বিলঙৰ বিৰুদ্ধে আমি কোনো চাপ নোলোৱাকৈ অৱতীৰ্ণ হম’।

সাংবাদিকে ইষ্ট বেংগলৰ প্ৰশিক্ষকক আজিৰ মেচখনৰ বাবে কেনেধৰণৰ পৰিকল্পনা লৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আমি পইণ্ট আৰু তালিকাৰ কথা ভবা নাই। আমি কেবল মেচখনতহে গুৰুত্ব প্ৰদান কৰিছো’।

‘লাজং ভাল তথা শক্তিশালী দল, তেওঁলোকে আজিৰ মেচখনৰ বাবে কোনো ধৰণৰ চাপত নাথাকে কিয়নো লীগৰ খিতাপ দখলৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে’, এনেদৰে কয় খালিলে।

আনহাতে শ্বিলং লাজঙৰ সহকাৰী প্ৰশিক্ষক আলিছন খাৰছিনটিউৱে সাংবৈদিক সকলৰ আগত কয়, ‘আমি ইষ্ট বেংগলক সহজভাবে নলও। তেওঁলোক ভাল দল। এইখন আমাৰ শেষ খেল আৰু এইখন মেচত সৰ্বোচ্চ উজাৰি দি বিজয়েৰে অভিযান সামৰি পইণ্ট তালিকাৰ শীৰ্ষ পাচঁত থকাৰ প্ৰয়াস কৰিম’।

‘আমাৰ খেলুৱৈ সকলে আজিৰ মেচখনৰ বাবে যথেষ্ট সময় পালে। খেলুৱৈ সকলে আজিৰ মেচখনৰ বাবে অধিৰ আগ্ৰহেৰে ৰৈ আছে’, এনেদৰে কয় খাৰছিনটিউৱে।

দলৰ প্ৰদৰ্শনত সন্তুষ্ট নে কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শ্বিলং লাজং দলৰ সহঃপ্ৰশিক্ষক খাৰছিনটিউৱে কয়, ‘দলে গোটেই ছিজনটোত দেখুওৱা প্ৰদৰ্শনৰ বাবে মই সুখী কিন্তু সন্তুষ্ট নহয়। ইয়াতকৈও ভাল ফলাফল দলে আগবঢ়াব পাৰিলে হয়’।

তেওঁ পুনৰ কয়, ‘ইয়াৰ পিছতে ছুপাৰ কাপ আহি আছে কিন্তু বৰ্তমান সেই সম্পৰ্কে বেছি চিন্তা কৰি থকা নাই। আমি কেবল সন্মুখৰ প্ৰত্যাহ্বান সম্পৰ্কত মনোনিৱেশ কৰি আছো। আজিৰ মেচত বিজয়ী হোৱাটোৱে আমাৰ প্ৰধান লক্ষ্য’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd