• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে মেঘালয় কংগ্ৰেছে ডিচেম্বৰৰ ভিতৰতে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 10:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে মেঘালয় কংগ্ৰেছে ইয়াৰ প্ৰাৰ্থী তালিকা ডিচেম্বৰৰ ভিতৰতেই চূড়ান্ত কৰিব। দলে কমেও ছয় গৰাকী নিৰ্দলীয় বিধায়ক ইয়াৰ তালিকাত সোমাব বুলি আশা কৰিছে।

আনহাতে, মুখ্যমন্ত্ৰী মুকুল চাংমাই অহা নিৰ্বাচনত ছংছাক আৰু আমপটি দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি নিশ্চিত কৰিছে।

Apply Now

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ নেচনেল পিপ’লছ্ পাৰ্টিয়ে তেওঁৰ বিৰুদ্ধে আমপটি বা ছংছাকত প্ৰাৰ্থী থিয় কৰোৱাকলৈ তেওঁ চিন্তিত নহয়। সাংবাদিকক চাংমাই কয়,’’মোৰ বাবে এয়া কেনেকৈ প্ৰাসংগিক।‘’

ইয়াৰ মাজতে ব্লক কমিটিসমূহে জিলা কমিটিলৈ পঠোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাসমূহ ৰাজ্যিক নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে । নিৰ্বাচনৰ দায়িত্বত থকা দলৰ সাধাৰণ সম্পাদক পলিকাৰ্প মাৰাকে কয় যে জিলা কমিটিসমূহে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাৰ্থীৰ তালিকা দাখিল কৰিছে।

মাৰাকে জনায় যে তেওঁ অহা ১৬ ডিচেম্বৰত ৰাজ্যিক নিৰ্বাচন কমিটিৰ এখন বৈঠক আহ্বান কৰিছে। তেওঁ লগতে কয় যে দলে যিমান পাৰি সোনকালে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বিচাৰিছে।

কংগ্ৰেছ নেতা তথা কেবিনেট মন্ত্ৰী  দেব’ৰাহ মাৰাকে কয় যে প্ৰাৰ্থীৰ তালিকাখন পৰীক্ষা কৰি চোৱাৰ বাবে নিৰ্বাচন কমিটিৰ বৈঠকখন এই মাহৰ মাজভাগতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। মাৰাক দলৰ নিৰ্বাচনী সমিতিৰো এগৰাকী সদস্য।

ৰাজ্যিক কমিটিয়ে নামসমূহ পৰীক্ষা কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। কেইজনমান কংগ্ৰেছ বিধায়কে ২০১৮ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে প্ৰাৰ্থীৰ নামসমূহ চূড়ান্ত কৰোতে দেৰি হৈছিল।

অলপতে কংগ্ৰেছ সদস্য কমিংগন য়ুমবনে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত এন পি পিত যোগদানৰ বাবে সাজু হৈছে।

দেৰি হোৱাৰ আন এটা কাৰণ হৈছে দলে কংগ্ৰেছত যোগ দিম বুলি ইতিমধ্যে কথা দিয়া ৬ গৰাকী নিৰ্দলীয় বিধায়কৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱাটো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd