• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি কোকৰাঝাৰ আৰু বাগসা জিলাৰ মাজত অনুষ্ঠিত হ’ব চীফ মিনিষ্টাৰ্ছ টি-ট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2018 8:27 am
Representative image
109
VIEWS
Share on FacebookShare on Twitter

অসমৰ চাহ জনগোষ্ঠীয় যুৱকসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ মানসেৰে চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত চীফ মিনিষ্টাৰ্ছ টি-ট্ৰাইবছ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব বাগসা আৰু কোকৰাঝাৰ জিলাৰ মাজত।

মঙলবাৰে ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম আৰু দ্বিতীয় ছেমিফাইনেল খেল দুখন চিৰাং জিলাৰ চিদলীৰ চম্পা বজাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। প্ৰথম ছেমিফাইনেলখন বাগসা আৰু ওদালগুৰি জিলাৰ মাজত আৰু দ্বিতীয় ছেমিফাইনেলখন অনুষ্ঠিত হয় কোকৰাঝাৰ আৰু  চিৰাং জিলাৰ মাজত।

প্ৰথম ছেমিফাইনেল মেচত বাগসা জিলাই ওদালগুৰি জিলাক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত খেললৈ অগ্ৰসৰ হয়। বাগসা জিলাৰ হৈ ২৪ মিণিটত একমাত্ৰ গ’লটো কৰে গুডউইন বান্ধোই।

আনহাতে দ্বিতীয়খন ছেমিফাইনেলত কোকৰাঝাৰে চিৰাং জিলাক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে। কোকৰাঝাৰৰ হৈ একমাত্ৰ বিজয়সূচক গ’লটো ২০ মিণিটত প্ৰদান কৰে দিলীপ মুৰ্মুই।

স্মৰ্তব্য যে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন চিৰাং জিলাৰ চিদলীৰ চম্পা বজাৰ ৰাজহুৱা খেলপথাৰতে আজি কোকৰাঝাৰ আৰু বাগসা দলৰ মাজত অনুষ্ঠিত হ’ব।

মঙলবাৰে অনুষ্ঠিত হোৱা ছেমিফাইনেল মেচ দুখনৰ সময়ত বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ক্ৰীড়া বিভাগৰ মুৰব্বী বিষয়া যজ্ঞাৱতী বসুমতাৰী, চিৰাং জিলা ক্ৰীড়া বিষয়ী দশৰথ ব্ৰহ্ম প্ৰমুখ্যে চাহ জনগোষ্ঠী সংগঠনৰ নেতা উপস্থিত থাকে।

Recent News

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd