• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি শিল্পী দিৱস : জ্যোতি চিত্রবনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 7:03 am
জ্যোতিপ্ৰসাদ আগৰৱালা
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিল্পী দিৱস। অসমৰ মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। অসমৰ বিভিন্ন ঠাইত ৰাইজ, দল-সংগঠনে এই দিনটোক শিল্পী দিৱস হিচাপে উদযাপন কৰি প্ৰতি বছৰে মহান শিল্পীজনাক সুঁৱৰি আহিছে। আজিও বিভিন্ন দল-সংগঠনৰ উপৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেও গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব শিল্পী দিৱস। এই কথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সূত্ৰই জানিবলৈ দিছে। আজি চৰকাৰী উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া এই শিল্পী দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ লগতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলেও উপস্থিত থাকিব।

শিল্পী দিৱসত প্ৰতিবছৰৰ দৰে এইবছৰো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ দুজন শিল্পীক চলিত বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰিব। বঁটা প্ৰাপক শিল্পী দুজন হ’ল কুল বৰুৱা আৰু অণিমা বৰঠাকুৰ। তেওঁলোক দুয়োজনকে বঁটা প্ৰদান কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

উল্লেখযোগ্য যে চৰকাৰীভাৱে কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপনৰ ব্যৱস্থা কৰিলেও চৰকাৰে ডিব্ৰুগড় জিলাৰ তামোলপুৰ চাহ বাগিচাত থকা জ্যোতিপ্ৰসাদৰ জন্মগৃহটো সংৰক্ষণৰ ব্যৱস্থা নকৰাত চৰকাৰৰ বিৰুদ্ধে সচেতন নাগৰিক তথা স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ১৯০৩ চনৰ ১৭ জুনত অসমীয়াৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এই মহীৰূহৰ জন্ম হোৱা ঘৰটো এতিয়া প্ৰায় জৰাজীৰ্ণ হৈ পৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ডিব্ৰুগড়ৰ সচেতন নাগৰিকে জনাইছে যে ঘৰটো সংৰক্ষণ নকৰিলে মহান শিল্পীজনৰ জন্ম তথা জীৱন সম্পৰ্কীয় বহুতো স্মৃতি তথা তথ্যই লোপ পাব। কেৱল শিল্পী বঁটা দি শিল্পীজনক জীয়াই ৰাখিব নোৱাৰি বুলিও মন্তব্য কৰে সচেতন ৰাইজে।

জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তী বৰ্ষ

১৯৬৮ চনতে মুকলি কৰা ৰাজ্যিক পৰ্য্যায়ৰ দেশৰ ভিতৰতে প্ৰথমটো চৰকাৰী ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনে এইবাৰ সোণালী বৰ্ষত ভৰি দিছে। সেই উপলক্ষে আজিৰ পৰা জ্যোতি চিত্ৰবনে সোণালী জয়ন্তী বৰ্ষ উদযাপন আৰম্ভ কৰিব বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগে জানিবলৈ দিছে। ইয়াৰ বাবে জ্যোতি চিত্ৰবনৰ সমগ্ৰ চৌহদ নতুনকৈ সজাই তোলা হৈছে বুলিও জানিবলৈ দিয়ে।

দিব্যাংগসকলক লৈ ‘সঁহাৰি’ৰ  কাৰ্য্যসূচী

আনহাতে এই শিল্পী দিৱসতে জ্যোতি চিত্ৰবনত ‘সঁহাৰি’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে জ্যোতি চিত্ৰবনৰ সহযোগত চিত্ৰবনৰ চৌহদতে দিব্যাংগসকলক লৈ শিল্পী দিৱস উদযাপন কৰিব।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস

সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এন ই নাওক জনাইছে যে ছাত্ৰ সংগঠনটোৱেও বিশ্বনাথ জিলাৰ সদৰ বিশ্বনাথ চাৰি আলিত আজি কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ আয়োজন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd