• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদালতৰ মজিয়াত বিস্ফোৰণ : কাজিৰঙাৰ গঁড় মাৰি খৰ্গ বিক্ৰী বন বিভাগৰ চোৰাংচোৱাৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
June 27, 2018 9:12 pm
Kaziranga-Rhino-killed

প্ৰতিনিধিত্বমূলক ছবি

110
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ গঁড় মৰাত বন বিভাগৰ লগত সম্পৰ্ক থকা লোকো জৰিত। সাধাৰণ মানুহৰ এই সন্দেহ আজি ২৭ জুনত প্ৰমাণ হ’ল আদালতটো। বন বিভাগৰ সুখদেৱ দাস নামৰ এজন চোৰাংচোৱাৰ লগ হৈ কাজিৰঙাৰ গঁড় মৰা মাণিক দাস নামৰ এজন চোৰাংচিকাৰীক আজি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে গোলাঘাট জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে।

দুৰ্ভাগ্যজনকভাৱে আদালতত বিচাৰ চলি থকাৰ মাজতে মৃত্যু হয় সুখদেৱ দাসৰ।

বন বিভাগৰ চোৰাংচোৱা সুখদেৱ দাসৰ সৈতে মাণিক দাস আৰু আন ৯ জন চোৰাংচিকাৰী লগ হৈ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনত থকা উত্তৰ পাৰৰ চিবে চাপৰিত ২০১৫ চনত এটা গঁড় হত্যা কৰিছিল। ‘হত্যা কৰা গড়টোৰ খৰ্গটোৰ ওজন আছিল ৯১৫ গ্ৰাম আৰু অৰুণাচলত সেইটো আমি ৭ লাখ টকাত বিক্ৰী কৰিছিলো,’ জেৰাত স্বীকাৰ কৰিছিল সুখদেৱ দাসে।

সুখদেৱ দাসৰ উক্ত স্বীকাৰোক্তিৰ আধাৰতে গ্ৰেপ্তাৰ কৰা হৈছিল মাণিক দাসক।

এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ ঘাঁহিগাওঁ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ তদন্তত হেলেম আৰক্ষী থানাই ২০১৫ চনৰ ২৭ মাৰ্চত সন্দেহবসতঃ সুখদেৱ দাসক গ্ৰেপ্তাৰ কৰিছিল। প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে দাসক বন বিভাগৰ বিশ্বনাথ সংমণ্ডলক গতাই দিয়াৰ পিছত বিভাগে অধিক জেৰাৰ বাবে তেওঁক কাজিৰঙাৰ অগৰাতলিত চলোৱা জেৰাত দাসে এই বিস্ফোৰক স্বীকাৰোক্তি দিছিল।

আনহাতে বন্যপ্ৰাণী সুৰক্ষা আইন (অসম সংশোধন) ২০০৯ৰ অধীনত আদালতে আজি শাস্তি বিহা মাণিক দাসে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমণাও যাৰ অনাদায়ত তেখেতে খাটিব লাগিব অতিৰিক্ত ৩ মাহৰ সাধাৰণ কাৰাৱাস।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd