• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় বন দিৱস : বৃক্ষ ৰোপণক মহৎ কাম হিচাপে গণ্য কৰিবলৈ আহ্বান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 11:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বন দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃক্ষ ৰোপণক মহৎ কাম হিচাপে গণ্য কৰিবলৈ আহ্বান জনায়।

ৰাজ্য বিভাগৰ বন বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, ‘বৃক্ষ ৰোপন কেৱল মাত্ৰ চৰকাৰী হৈ থাকিলে বনাঞ্চল বৃদ্ধি কেতিয়াও সম্ভৱ নহয়। সেয়েহে, ইয়াক আমি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে অধিক যত্নপৰ হ’ব লাগিব।’

এই ক্ষেত্ৰত তেওঁ নৱ প্ৰজন্মক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা এই দিশত সচেতন কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

তেওঁ এইক্ষেত্ৰত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ বিজ্ঞানৰ অন্তৰ্ভূক্তিৰ এক প্ৰস্তাৱ প্ৰস্তুত কৰি শিক্ষা বিভাগৰ ওচৰত দাখিলৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে, দেশ-বিদেশৰ অনেক পৰ্যটক অসমৰ সেউজ আৱৰণ তথা বিশুদ্ধ জলবায়ুৰ প্ৰতি আকৃষ্ট হৈ অসম ভ্ৰমণ কৰে বুলি উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে সেউজ ভূমি সংৱৰ্দ্ধনৰ বাবে প্ৰতি বছৰে ১০ কোটি টকা কৈ গছপুলি ৰোপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ প্ৰতিখন সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীজনে বন বিভাগে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰি আহিব লগীয়া হৈছে বুলি উল্লেখ কৰি বিভাগটোক নিজৰ বিশ্বাসযোগ্যতা ৰাইজৰ মাজত বৃদ্ধি কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য ৰাখি পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ বন বিভাগৰ কাম-কাজৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি বন সংৱৰ্দ্ধনৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলতে ফৰেষ্ট ছাৰ্ভে অব ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদনত ৰাজ্যখনৰ বনাঞ্চলৰ আয়তন বৃদ্ধি হৈছে প্ৰকাশ পাইছে বুলি কয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ‘মাই গভ আসাম’এ প্ৰস্তুত কৰা ‘গছ থাকিলেহে মানুহ থাকিব’ শীৰ্ষক ছুটি তথ্যচিত্ৰখনৰ চি ডি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

ইয়াৰেপৰি প্ৰকৃতি সংৰক্ষক পদ্মশ্ৰী যাদৱ পায়েং, আনন্দ কাটনিয়াৰ আৰু চন্দ্ৰ কান্ত বসুমতাৰীক মুখ্য মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ উপৰি বন বিভাগে ২০১৮-১৯ বৰ্ষৰ বাবে এই তিনিওগৰাকী ব্যক্তিক বৃক্ষ ৰোপনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিয়োগ কৰাৰ পত্ৰও আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

বন বিভাগৰ মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ প্ৰধান ডি হৰপ্ৰসাদে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ উপৰি বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am
তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd