• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বিনষ্ট সত্ত্বেও ক’ব্ৰা গ’ল্ড সামৰিক অনুশীলনত অংশ ল’বলৈ আমন্ত্ৰণ লাভ ম্যানমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 7:12 pm
U.S. Marines infiltrate the beach head as part of an amphibious demonstration at Hat Yao Beach, Kingdom of Thailand, during Cobra Gold 2014, Feb. 14. Working together and conductint joint and multinational training is vital to maintaining the readiness and interoperability of the Thai, U.S. and other participating military forces. The Marines were with 3rd Reconnaissance Battalion, 3rd Marine Division, III Marine Expeditionary Force. (U.S. Marine Corps photo by Cpl. Zachary W. Scanlon/released)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰহিঙীয়াৰ সংখ্যালঘু নিৰ্যাতন বিষয়টোত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাবমূৰ্তি বিনষ্ট হোৱা তথা তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা সত্ত্বেও ম্যানমাৰৰ সেনাই থাইলেণ্ডত হ’ব লগীয়া গুৰুত্বপূৰ্ণ ক’ব্ৰা গ’ল্ড সামৰিক অনুশীলনত অংশ ল’বলৈ আমন্ত্ৰণ লাভ কৰিছে। উল্লেখ কৰিব পাৰি যে ক’ব্ৰা গ’ল্ড অনুশীলন আমেৰিকা আৰু থাইলেণ্ডৰ সেনাই যুটীয়াভাৱে কৰে আৰু থাইলেণ্ডত প্ৰতিবছৰে হোৱা এই অনুশীলন হ’ল এছিয়া-পেচিফিক সামৰিক অনুশীলন। এইটো হ’ল বৃহত্তম এছিয়া-পেচিফিক সামৰিক অনুশীলন, য’ত আমেৰিকাই অংশগ্ৰহণ কৰে।
জানিব পৰা মতে এইবাৰৰ অনুশীলনলৈ থাইলেণ্ডে ম্যামাৰকো আমন্ত্ৰণ কৰিছে। ম্যানমাৰ সেনাই অনুশীলনটোৰ মানৱীয় সাহায্য আৰু দুৰ্য্যোগ প্ৰশমন অংশটো নিৰীক্ষণ কৰিব। ম্যানমাৰ সেনালৈ অহা এই নিমন্ত্ৰণে সকলোৰে দৃষ্টি আকৰ্ষণ এইবাবেই কৰিছে যে অলপতে দেশখনৰ সেনাই সংখ্যালঘু ৰহিঙীয়া মুচলমানৰ বিৰুদ্ধে নৃগোষ্ঠীয় নিৰ্মূলকৰণত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
আনহাতে আন এটা সূত্ৰই জনোৱা মতে ম্যানমাৰৰ এই অংশগ্ৰহণত আমেৰিকা সুখী নহয়। কাৰণ ৰহিঙীয়া সংকট বিষয়ত আমেৰিকা ম্যানমাৰ সেনাৰ ভূমিকাত ক্ষুণ্ণ আছিল আৰু সমালোচনাত সৰব আছিল।
উল্লেখযোগ্য যে ট্ৰাম্প প্ৰশাসনে ম্যানমাৰৰ সেনা প্ৰধান মৌং মৌং চুইৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছতে থাইলেণ্ডে ম্যানমাৰক যুটীয়া সামৰিক অনুশীলনলৈ আমন্ত্ৰণ কৰাৰ বাতৰিটো প্ৰচাৰিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd