• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আন্তৰ্জাতিক বাণিজ্যৰ স্থান বিকশিত কৰিবলৈ কেন্দ্ৰক আৱেদন মিজোৰামৰ মুখ্য মন্ত্ৰীৰ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 20, 2018 6:53 pm
upsc-online
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত থকা আন্তৰ্জাতিক বাণিজ্য স্থানসমূহ উন্নত কৰাৰ বাবে মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালাই কেন্দ্ৰীয় চৰকাৰলৈ আৱোদন জনাইছে। আজি নতুন দিল্লীৰ অবেৰয় হোটেলত অনুষ্ঠিত ‘দিল্লী ডায়লগ’ শীৰ্ষক সভাখনত উপস্থিত থাকি মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এছিয়ান (ASEAN) দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সংযোগ কৰাৰ গতি খৰতকীয়া কৰাৰ বাবে কেন্দ্ৰলৈ আৱেদন জনায়।

নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া এই সভাখনত এছিয়ান দেশসমূহৰ প্ৰতিনিধিসকল আৰু ভাৰতৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। এই সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে গৈছে যে যিমান শীঘ্ৰে ভাৰত আৰু এছিয়ান দেশসমূহৰ মাজত বাণিজ্যিক লেনদেন আৰম্ভ হ’ব, শীঘ্ৰেই  উত্তৰ-পূৰ্বাঞ্চল উপকৃত হ’ব।

Apply Now

উল্লেখ্য যে দশম ‘দিল্লী ডায়লগ’ৰ থিম ‘ভাৰত-এছিয়ানৰ সামুদ্ৰিক বাণিজ্য শক্তিশালী কৰি’ৰ সম্পৰ্কত মিজোৰামৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে বিশেষকৈ মিজোৰামত চলি থকা প্ৰকল্পসমূহৰ প্ৰসংগত এয়া সঠিক।

মিজো মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘এক্ট ইষ্ট পলিচিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এছিয়ান দেশসমূহেৰে সংযোগ কৰাৰ লক্ষ্য আগত ৰাখিছে। এই নীতিত মিজোৰামৰো অংশ আছে-কালাদান মাল্টিমোডেল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট প্ৰজেক্ট হৈছে এটা বহু ধৰণযুক্ত (মাল্টিমোডেল) ভূমি, নদী, সমুদ্ৰপথ পৰিবহণ প্ৰকল্প, যিটোৱে মিজোৰামক  ম্যানমাৰৰ মাজেৰে ১২৯ কি:মি: স্থলপথ আৰু কালাদান নদীৰে ১৫৮ কি:মি: জলপথ অতিক্ৰমি ম্যানমাৰৰ ছিট্টৱে সামুদ্ৰিক বন্দৰ হৈ,  সামুদ্ৰিক পথেৰে ৫৩৯ কি:মি: নিলগত অৱস্থিত কলকাতা বন্দৰৰ সৈতে সংযোগ কৰিব। মিজোৰাম চৰকাৰে এই প্ৰকল্পত ৰাজ্যখনৰ ৭৬শতাংশ অংশ সম্পূৰ্ণ কৰিছে’’

লাল থানহাৱালাই কেন্দ্ৰক মিজোৰামৰ চামফাই জিলাত জোখাওটাৰ গাঁৱত থকা ভূ-সীমাশুল্ক আস্থাটোৰ কাৰ্যক্ষমতা খৰতকীয়া কৰি দুয়োদেশৰ মাজত বাণিজ্যৰ বিকাশ সাধন কৰি তোলাৰ বাবে আহ্বান জনায়। লাল থানহাৱালাই আৰু কৈছে যে মিজোৰামৰ কাওৰপুইচ্চুৱাহত এটা অখণ্ড তালাচী চকীত বাংলাদেশৰ সৈতে বাণিজ্যপথৰ বিকাশ সাধন কৰা হৈছে আৰু কাৰ্যকৰী হ’বলৈ সাজু হৈ উঠিছে। ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণে এই প্ৰক্ৰিয়াৰ গতি বৃদ্ধি কৰিব পাৰে।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd