• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

আৰম্ভ হোৱাৰ ৫ মাহ পিছতেই বন্ধ কৰিবলগীয়া হ’ল ভূটানৰ ৰিগনে মহাবিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 5:00 pm
college of Rigney
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূটানৰ ট্ৰাশ্বিয়াংচেত উদ্বোধন  হোৱা ৰিগনে মহাবিদ্যালয় আৰম্ভ হোৱাৰ ৫ মাহ পিছতেই বন্ধ কৰি দিয়াৰ বাবে  শ্ৰম মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা লাভ কৰে।

ফেব্ৰুৱাৰিৰ ১৪ তাৰিখে ঝোৰিগ চুছুম প্ৰতিষ্ঠানলৈ এখন পত্ৰ প্ৰেৰণ কৰি জনাই দিছিল যে মন্ত্ৰালয়ে  ট্ৰাশ্বিয়াংচেত থকা ঝোৰিগ চুছুম প্ৰতিষ্ঠানৰ অন্তৰ্গত ৰিগনে মহাবিদ্যালয়খন আৰু চলাই যাব নোৱাৰে বুলি ভূটানৰ ৰাষ্ট্ৰীয় দৈনিক কুৱেনছেলৰ দ্বাৰা প্ৰকাশিত বাতৰিত প্ৰকাশ।

Apply Now

কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক নৰ্বু ৱাংচুকে এই পত্ৰখনত স্বাক্ষৰ কৰিছে।

তাৰ পৰিৱৰ্তে দ্বাদশ পৰিকল্পনাৰ অন্তৰ্গত ঝোৰিগ চুছুম প্ৰতিষ্ঠানক এখন মহাবিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰি আছে বুলি মন্ত্ৰালয়ে জনাইছে।

ৰিগনে মহাবিদ্যলয়ত ঝোৰিগৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকা ১২ শিক্ষাৰ্থীৰ গোটটোক ইতিমধ্যে চলিত বৰ্ষৰ আগষ্টত আৰম্ভ হ’বলগীয়া ৰিগনে মহাবিদ্যালয়ৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ বাবে ট্ৰংছাত অৱস্থিত টাকচে কলেজ অৱ লেংগুৱেজ এণ্ড কালছাৰেল ষ্টাডিজলৈ স্থানান্তৰ কৰাৰ বাবে কোৱা হৈছে।

ৰয়েল ইউনিভাছিটি অৱ ভূটানৰ উপাচাৰ্যলৈ ২ জানুৱাৰিত প্ৰেৰণ কৰা পত্ৰখনত শ্ৰম মন্ত্ৰালয়ে ১২জন শিক্ষাৰ্থীক কলেজ অৱ লেংগুৱেজ এণ্ড কালছাৰেল ষ্টাডিজত নামভৰ্তি কৰাটো বিচাৰিছে।

পত্ৰখনত শ্ৰম মন্ত্ৰালয়ে কৈছে যে ৰিগনে মহাবিদ্যালয়ৰ পৰিচালনাৰ পৰিকল্পনাটো আগবঢ়োৱাৰ সময়ত ৰয়েল ভূটান চিভিল ছাৰ্ভিছে কমিশ্যনে (আৰ চি এছ চি) জনাইছিল যে এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ বিষয়টো শ্ৰম মন্ত্ৰালয়ৰ কৰ্তৃত্বাধীন নহয়, সেয়েহে ইয়াক পৰিচালনা কৰাৰ বাবে  মানৱ সম্পদেৰে ইয়াক সহায়তা আগবঢ়োৱাটো শ্ৰম মন্ত্ৰালয়ৰ বাবে সম্ভৱ নহয়।

উল্লেখ্য যে পূব ভূটানত ৩খন নতুন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিৰ এক অংশ হিচাপে যোৱা বছৰৰ ২৬আগষ্টত ৰিগনে মহাবিদ্যালয়খন উদ্বোধন কৰা হৈছিল। ইয়াত ১২গৰাকী শিক্ষাৰ্থীয়ে ৪বছৰীয়া পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰিছিল। ইয়াৰে এবছৰৰ পাঠ্যক্ৰমত আছে  পেইণ্টিং, কাঠত খোদাই, ভাস্কৰ্য নিৰ্মাণৰ দক্ষতাৰ পাঠ্যক্ৰম আৰু বাকী ৩ বছৰত ভাষা আৰু সাহিত্যৰ স্নাতক পাঠ্যক্ৰম।

অৱশ্যে ব্যৱস্থাপনা আৰু প্ৰশাসনিক অসুবিধাৰ বাবে ৰিগনে মহাবিদ্যালয়ে ভাষা আৰু সাহিত্যৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা নাছিল, সেয়েহে শিক্ষাৰ্থীসকলে টাকচেলৈ যাবলগীয়া হৈছিল।

ঝুৰিগ চুছুম প্ৰতিষ্ঠানৰ অধ্যক্ষ (তেখেত একেলগে ৰিগনে মহাবিদ্যালয়ৰো অধ্যক্ষ) কিনলে পেনজোৰে কৈছে যে ৰিগনে মহাবিদ্যালয়ৰ সলনি ঝোৰিগ চুছুমক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে চেষ্টা কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd