• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ইম্ফলৰ গ্ৰেণেড বিস্ফোৰণত আহত দুজনকৈ অসম ৰাইফলছৰ জোৱান

ছভাপতি চামম by ছভাপতি চামম
February 6, 2018 9:45 am
Representative image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সন্ধিয়া মণিপুৰৰ ইম্ফলত সংঘটিত এটি গ্ৰেণেড বিস্ফোৰণত অসম ৰাইফলছৰ দুজনকৈ লোক আহত হয়। বিস্ফোৰণটো সংঘটিত হয় ইম্ফলস্থিত আটাইতকৈ পুৰণি পল’ গ্ৰাউণ্ডত সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত।

লক্ষ্যণীয় যে পল’ গ্ৰাউণ্ডত চলি থকা অশ্বাৰোহী প্ৰতিযোগিতাত ব্যৱহৃত সামগ্ৰীসমূহ অসম ৰাইফলছৰ লোকদুজনে সংগ্ৰহ কৰি থাকোতেই উক্ত হেণ্ডগ্ৰেণেডটো বিস্ফোৰিত হয়।

Apply Now

বিস্ফোৰণ সংঘটিত হোৱাৰৰ লগে লগে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

আনহাতে গ্ৰেণেড বিস্ফোৰণত পতিত হোৱা লোক দুজনক ততাতৈয়াকৈ ওচৰৰে চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসা প্ৰদান কৰে। লোক দুজনে সামান্য পৰিমাণে হাত আৰু কান্ধত আঘাত পোৱা বুলি চিকিৎসকে জানিব দিছে।

ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক দুজনৰ এজনক ছিকিমৰ মনবাহাদুৰ লিম্ব(৩৮) আৰু আনজনক মিজোৰামৰ উত্তমকুমাৰ(৫২) বুলি চিনাক্ত কৰা হৈছে।

এক সূত্ৰই জনোৱা অনুসৰি আঘাতপ্ৰাপ্ত লোকদুজন ইম্ফল চহৰৰ সীমান্ত অঞ্চল কেইথেলমনবিস্থিত ষষ্ঠ অসম ৰাইফলছৰ জোৱান। উল্লেখ্য যে যোৱা ২ ফেব্ৰুৱাৰিৰ পৰা চলা ১৫ সংখ্যক জেনেৰেল আছাম ৰাইফলছ চেণ্টিনেল কাপ অশ্বাৰোহী প্ৰতিযোগিতা, আৰু নৱম সংখ্যক ৰাজ্যিক অশ্বাৰোহী প্ৰতিযোগিতাৰ চোৱা-চিতা কৰিবৰ বাবে উক্ত জোৱান দুজনক নিয়োগ কৰিছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুৰ্বৃত্তই ৰাস্তাৰ পৰাই গ্ৰেণেডটো পল’ খেলপথাৰৰ দক্ষিণফালে নিক্ষেপ কৰিছে।

স্মৰ্তব্য যে আমালৈ অহা বাতৰি অনুসৰি আৰক্ষীয়ে বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈ কোনো লোককে সোধ পোচৰ বাবে আটক কৰা নাই। আনহাতে এই দুস্কাৰ্য কোনে সংঘটিত কৰিছে সেয়াও এতিয়ালৈ ৰহস্যৰ আৱৰ্তত।

মনকৰিবলগীয়া যে ইম্ফলৰ পল’ খেলপথাৰৰ পূবপ্ৰান্তৰ এম ছেক্টৰত আজিৰ পৰা কিছুদিন পূৰ্বে অৰ্থাৎ ১৫ জানুৱাৰিৰ সন্ধিয়াও দুটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল, য’ত ইম্ফল পৌৰ নিগমৰ ৫০ বছৰীয়া কৰ্মচাৰী ৱাই চুবিতা দেৱী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল।

ছভাপতি চামম

ছভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd