• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ মহিলাক অত্যাধুনিক চেনিটেৰি নেপকিন বিতৰণ বিশ্বনাথৰ নয়ন, বাগ্মিতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 11:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বায়নৰ ধাম-খুমিয়াত যুৱ প্ৰজন্ম উটিভাঁহি যোৱাৰ সময়তে বিশ্বনাথৰ এহাল নৱ দম্পতীয়ে নিজকে বিৰল নিদৰ্শন দেখুয়াবলৈ সক্ষম হৈছে। সমগ্ৰ উত্তৰ -পূবত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা ব্যতিক্রমী অথচ অত্যাৱশ্যকীয় নেপকিন ব্যৱহাৰৰ দিহাৰে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি সেয়া গাঁৱে গাঁৱে গৈ সজাগতাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

বিশ্বনাথ চাৰিআলিৰ গড়হাগি গাৱঁৰ নয়ন শইকীয়া আৰু বাগ্মিতা শইকীয়াই ঘৰতে গাঁওখনৰ নিৱনুৱা বহু যুৱতী, মহিলাৰ সহযোগত মহিলাসকলৰ বাবে অত্যাধুনিক চেনিটেৰী নেপকিন তৈয়াৰ কৰি গাৱেঁ গাৱেঁ গৈ মহিলাসকলক সজাগতা কৰি নিম্ন দৰত যোগানৰ ধৰি বিৰল দৃষ্টান্ত ডাঙি ধৰিছে। সাধাৰণ দুখীয়া মহিলা সকলক সেৱা কৰাৰ উদ্দেশ্যে মহিলাসকলৰ দ্বাৰা উৎপাদিত চেনিটেৰি নেপকিন বৰ্তমান গাঁৱৰ মহিলা সকলে আঁকোৱালি লৈছে।

Apply Now

বিগত তিনিবছৰ পূৰ্বে গড়হাগি গাঁৱৰ নয়ন শইকীয়াই তামিলনাডুৰ পেডমেন খ্যাত তথা পদ্মশ্ৰী অৰুণাচলম দুৰ্গানাথমৰ পৰা কমখৰচী নেপকিন নিৰ্মাণৰ সামগ্ৰী আনি ঘৰতে প্ৰথম নেপকিন বনোৱা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত মানুহৰ নেতিবাচক কথা -বাৰ্তাই বিচলিত কৰিছিল যদিওঁ মাতৃৰ প্ৰেৰণা আৰু বিবাহৰ পিছত পত্নী বাগ্মিতাৰ সহায়ত নিৰলস প্ৰচেষ্টাৰে আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে।

চেনিটেৰি নেপকিন ব্যৱহাৰ কৰিলে মহিলাসকল কিদৰে বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি সেই বিষয়ে গাঁৱে গাঁৱে গৈ সজাগতা সভা পাতি কম মূল্যতে পেকেটৰ নেপকিন স্বাস্থ্যসন্মত আৰু উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা নেপকিন ব্যৱহাৰৰ বাবে উৎসাহিত কৰিছে ৷

চেনিটেৰি নেপকিন ব্যৱহাৰক বিষয় বস্তু হিচাপে লৈ বলিউডত অক্ষয় কুমাৰ অভিনীত ছবি “পেডমেন ” জনপ্ৰিয় হোৱাত যথেষ্ট উৎসাহী হৈ পৰিছে বিশ্বনাথৰ নয়ন আৰু বাগ্মিতা। তদুপৰি এইবাৰৰ বিধানসভা অধিৱেশনত বিধায়িকা আঙুৰ লতা ডেকাই মহিলাসকলৰ স্বাস্থ্যসন্মত পৰিচৰ্যা চেনিটেৰি নেপকিন ব্যৱহাৰৰ ক্ষেত্রত লোৱা ভূমিকাৰ বাবে উৎসাহিত কৰিছে দুয়োকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd