• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উত্তৰবংগত আটক অৰুণাচল প্ৰদেশৰ শিক্ষককে ধৰি ৬ চোৰাংচিকাৰীক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2018 9:04 pm
চোৰাংচিকাৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে জালদাপাৰ ৰাষ্ট্ৰীয় উদ্যানত শিক্ষক সহিতে অৰুণাচল প্ৰদেশৰ পৰা ৬ জন চোৰাংচিকাৰী প্ৰৱেশ কৰি এজনী মাইকী গঁড় গুলীয়াই নিধন কৰি তাৰ খড়গ কাটি নিয়ে।

আনহাতে বনৰক্ষীয়ে চোৰাংচিকাৰী কেইজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা খড়গটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

জানিব পৰা মতে চোৰাংচিকাৰী কেইজনে সোমবাৰে পুৱা প্ৰায় ১০ মান বজাত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি মাইকী গঁড় জনী গুলীয়াই নিধন কৰে।

বনৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰাংচিকাৰী কেইজনে গঁড় নিধন কৰাৰ পিছত তেঁওলোকে .৩০৩ ৰাইফলৰ লগতে ৪০ ৰাউণ্ড সজীৱ গুলী  উদ্যানখনতে পোতি থৈ যায়।

অসমত চোৰাংচিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ধৃত এই চোৰাংচিকাৰী কেইজনে অসমত গড়ৰ খড়গৰ চোৰাং ব্যৱসায় কৰাৰ চেষ্টা চলাইছিল।

প্ৰাপ্ত তথ্য মতে অসমত ২০০১ ৰ পৰা ২০১৬ চনলৈকে চোৰাংচিকাৰীয়ে ২৩৯ টা এশিঙীয়া গঁড় নিধন কৰে আৰু ইয়াৰে ১৬০ টা এশিঙীয়া গঁড় চোৰাংচিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিধন কৰে।

ৰাজ্যিক বন মন্ত্ৰীয়ে ২০১৬ চনত বিধানসভাত উপস্থাপন কৰা তথ্য মতে চোৰাংচিকাৰীয়ে নিধন কৰা এই ২৩৯ টা গঁড়ৰে ৩৪ টা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত, ১৫ টা পবিতৰাত, ৯ টা মানস অভয়াৰণ্যত আৰু বাকী ২০ টা অসমৰ বিভিন্ন ঠাইত নিধন কৰিছিল।

এখন বাছত চোৰাংচিকাৰী কেইজন গঁড় চিকাৰ কৰাৰ উদ্দেশ্যেৰে অসমলৈ যোৱা বুলি বনৰক্ষীয়ে খবৰ লাভ কৰাত অভিযান চলাই। উক্ত অভিযান কালতে বনৰক্ষীৰ দলটোৱে দক্ষিণ চিয়াঙৰ মাৰট’ ৰিবা, জলপাইগুৰিৰ বানাৰহাটৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান শিক্ষক হিচাপে কৰ্মৰত ৰজীৱ ৰাভা, উত্তৰবংগৰ আলিপুৰদ্বাৰ জিলাৰ উত্তৰ মেণ্ডাবাৰীৰ নিবাসী ৰাজু ৰাভাক আটক কৰে।

চোৰাংচিকাৰী কেইজনৰ তথ্যৰ ভিত্তিতে বনৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা তেওঁলোকে পুতি থোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰে পিছত সেই মাৰণাস্ত্ৰ সমূহ বনৰক্ষীৰ দলটোৱে জব্দ কৰে।

চোৰাংচিকাৰী কেইজনে বনৰক্ষীৰ জেৰাত উক্ত গঁড় নিধন কাৰ্যত আৰু তিনিজন সদস্য জড়িত থকা বুলি প্ৰকাশ কৰাত বনৰক্ষীৰ দলটোৱে ছিলিগুৰী আৰু কোদালবস্তিৰ পৰা সঞ্জীৱ লামা, সেৱক কামী আৰু ৰূপেশ ৰাভা নামৰ আন তিনিজন চোৰাংচিকাৰীক আটক কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd