• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উপাচাৰ্যৰ পদত্যাগৰ দাবীত মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ কাৰ্যসূচীৰ ৭ দিন

সভাপতি চামম by সভাপতি চামম
June 7, 2018 5:41 pm
deserted manipur university main gate in manipur on wednesday
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আদ্য প্ৰসাদ পাণ্ডেৰ পদত্যাগৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচীয়ে বৃহস্পতিবাৰে  ৭ দিনত ভৰি দিলে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে শিক্ষাৰ পৰিৱেশ বিনষ্ট কৰা আৰু বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে কেনো উদ্যোগ গ্ৰহণ কৰাত অপাৰগ হোৱাৰ  অভিযোগ তুলি  ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ অপসাৰণৰ দাবীত এই ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে। এই ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়খনৰ স্বাভাৱিক কাম-কাজত ব্যঘাত জন্মাটো পৰিলক্ষিত হৈছে।

৩১ মে’ৰ পৰা আৰম্ভ হোৱা এই বন্ধ প্ৰশাসনিক ব্লকৰ আশে-পাশে সীমাবদ্ধ আছিল যদিও পৰৱৰ্তী সময়চোৱাত বন্ধই শিক্ষাৰ  উচ্চতম প্ৰতিষ্ঠানখনৰ গোটেইকেইটা বিভাগকেই সামৰি লয়।

Apply Now

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্যগৰাকীৰ তৎকালীনভাৱে অপসাৰণ দাবী কৰাৰ লগতে মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়ান ছাইন্স কংগ্ৰেছ আৰু ফেকাল্টী নিয়োজন সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী উত্থাপন কৰে।

আজি বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰাৰ সময়ত সাধাৰণতে নিয়মিত পাঠদানৰ উপৰিও বিভিন্ন বিদ্যায়তনিক কাম-কাজেৰে মুখৰ হৈ থকা, ইম্ফলৰ পৰা ৫ কি: মি: দূৰত্বত অৱস্থিত বিশ্ববিদ্যালয়ৰ সমগ্ৰ কাঞ্চিপুৰ চৌহদত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰাটো এই প্ৰতিৱেদকৰ চকুত ধৰা পৰিছিল।

উপাচাৰ্যৰ কাৰ্যালয়সহ প্ৰধান প্ৰশাসনিক ব্লক আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু কেন্দ্ৰসমূহ তলাবদ্ধ অৱস্থাত দেখা পোৱা গৈছিল।

অৱশ্যে বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত ষ্টেইট বেংক আৰু বেংক অব বৰোদাৰ কাৰ্যালয় দুটা বুধবাৰে বন্ধ আছিল যদিও বৃহস্পতিবাৰে পুনৰ খোলা হয়।

আজি এই প্ৰতিৱেদকে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰা কালত মাথোঁ ইয়াত নিয়োজিত নিৰাপত্তাৰক্ষীসকল, ছাত্ৰাৱাসত থকা শিক্ষাৰ্থীকেইগৰাকীমান আৰু প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলকহে বিশ্ববিদ্যালয়ৰ চৌহদত দেখা পাইছিল।

ইতিমধ্যে মণিপুৰৰ চিপিআই দলে ছাত্ৰ আন্দোলনটোলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা হোৱা নাই।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd