• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উমানন্দ বৰা ক্ৰিকেট : ওদালগুৰিক হৰুৱাই চেম্পিয়ন গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 7:18 am
Cricket Tournament

প্ৰতিনিধিত্বমূলক ছবি

151
VIEWS
Share on FacebookShare on Twitter

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত উমানন্দ বৰা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে গুৱাহাটীয়ে। বৰ্ষাপাৰা ষ্টেডিয়ানত সোমবাৰে অনুষ্ঠিত খিতাপ যুঁজত ওদালগুৰিক সহজে ৯২ ৰাণৰ ব্যৱধানত পৰাভূত কৰি খিতাপৰ অধিকাৰী হয় গুৱাহাটী।

টছত জয়ী হৈ ওদালগুৰিয়ে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই গুৱাহাটীক। আমন্ত্ৰণক্ৰমে প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা গুৱাহাটীয়ে ২৫ অভাৰত ৪ টা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। শ্ৰেয়াস চুৰাণাই ৫৮ টা বলৰ সন্মুখীন হৈ ৫৩ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলাৰ লগতে দীপচান্দ চেত্ৰী আৰু দ্বিৱিজ পাঠকে দললৈ ১৯ ৰাণকৈ অৰিহণা আগবঢ়ায়।

প্ৰতিপক্ষৰ বিতোপন ডেকাই ২০ ৰাণত তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ওদালগুৰিয়ে ২০.২ অভাৰত মাত্ৰ ৬০ ৰাণতে ইনিংছ সামৰে। ৰাজন আনন্দে সৰ্বাধিক ১১ ৰাণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গুৱাহাটীৰ বিজয়ত মুখ্য ভূমিকা লয় হৰ্ষিত প্ৰতিম দাসে। তেওঁ ৮ ৰাণত দখল কৰে ৪ টা উইকেট। ৰংজ্যোতি খাৰঘৰীয়াই তিনিটা উইকেট দখল কৰে।

মেন অব দ্য মেচৰ সন্মান লাভ কৰে শ্ৰেয়াসে। শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয় শিলচৰৰ অভিষেক দেৱ। বৰপেটাৰ নিশান্ত দাসে শ্ৰেষ্ঠ বেটছমেন গুৱাহাটীৰ ৰংজ্যোতি খাৰঘৰীয়াই শ্ৰেষ্ঠ বলাৰ আৰু দ্বিবিজ পাঠকে অৰ্জন কৰে শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd