• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎপল বৰপূজাৰীৰ শিশুৰ ছবি ‘ইশু’ৱে পালে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফে’স্তিভেলত জুৰিৰ বিশেষ সন্মান

নবাৰুন গুহ by নবাৰুন গুহ
March 1, 2018 10:40 pm
utpal-borpujari-ishu

উৎপল বৰপূজাৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফে’স্তিভেলত ভাৰতীয় প্ৰতিযোগিতা শিতানত জুৰিৰ বিশেষ সন্মান পালে চিনে’মা সমালোচকৰ পৰা নিৰ্মাতা হোৱা উৎপল বৰপূজাৰীৰ চিনে’মা ইশুৱে।

বঁটাপ্ৰাপ্তিক লৈ বৰপূজাৰীয়ে ‘বঁটাতো গ্ৰহণ কৰি মই যথেষ্ঠ সুখী আৰু ইয়াক মোৰ কামৰ স্বীকৃতি হিচাপে লৈছো। এইটো এটা ডাঙৰ সন্মান আৰু আশা কৰিছো ই অসমীয়া চিনে’মাৰ এক গতিবৰ্ধক হিচাপে কাম কৰিব’ বুলি এন ই নাওক কয়।

Apply Now

ভাৰতৰ শিশু চলচ্চিত্ৰ সমাজে প্ৰযোজনা কৰা বৰপূজাৰীৰ এই প্ৰথম চিনে’মাখনে এটি শিশুৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যা পৰ্য্যৱেক্ষণ কৰিছে।

গোৱালপাৰাৰ এখন ভিতৰুৱা গাঁৱৰ ইশুৱে ডাইনীৰ নামত অত্যাচাৰিত হোৱা খুৰীয়েকৰ বাবে কৰা সংগ্ৰামৰ মাজেদি ইশুৱে এই নিষিদ্ধ কাম পৰ্য্যৱেক্ষণ কৰিছে।

পূৰ্বে ‘Mayong: Myth/Reality’, ‘Songs of the Blue Hills’ and ‘Memories of a Forgotten War’ আদি সমালোচকৰ প্ৰশংসিত তথ্যচিত্ৰ নিৰ্মাণ কৰা বৰপূজাৰীয়ে তেওঁৰ কাহিনীসমূহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত মনোনিৱেশ কৰি আহিছে।

ইশু অসমীয়া লেখিকা মণিকুন্তলা ভট্টাচাৰ্য্যৰ একে নামৰ এখন উপন্যাসক ভিত্তি কৰি নিৰ্মিত হৈছে।

তেওঁৰ পছন্দৰ বিষয় সন্দৰ্ভত বৰপূজাৰীয়ে কয়, ‘নোকোৱাকৈ উত্তৰ-পূৰ্বাঞ্চলত কত কাহিনী আছে।  চিনে’মাৰ এই সকলো আকৰ্ষণীয় ধাৰণাকে একগোট কৰা। তাৰোপৰি যেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ কথা পতা যায় প্ৰায়েই এটা ঋণাত্মক ছবি এখন মানুহৰ মনলৈ আহে। মই এনে বিষয় বাচি ল’ব খোজো যিবোৰ পূৰ্বে হাত দিয়া হোৱা নাই।’

চিনে’মাখনত বিষ্ণু খাৰঘৰীয়া আৰু টি এল দেৱীৰ লগত মূল ভূমিকাত অভিনয় কৰিছে কপিল গাৰোৱে।

চিনে’মাখনৰ ইশুৰ দৰেই গাৰোও অসমৰ গাঁৱৰ এটি দহ বছৰীয়া শিশু। ৩০০ শিশুৰ মাজৰ পৰা তেওঁক চৰিত্ৰটোৰ বাবে বাচনি কৰা হৈছিল।

বৰপূজাৰীয়ে কয় যে চিনে’মাখন যদিও এটা অন্ধকাৰ বিষয়ক লৈ নিৰ্মিত হৈছে তথাপি ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে শিশুৰ বাবেও ইয়াক প্ৰদৰ্শন কৰিব পৰা যায় আৰু সেয়ে কোনো কটা-কূটা নকৰাকৈ চিবিএফচিয়ে ইয়াক য়ু প্ৰমাণপত্ৰ প্ৰদান কৰিছে।

নবাৰুন গুহ

নবাৰুন গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd