• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

উৰিষ্যাক হৰুৱাই ৰাষ্ট্ৰীয় মহিলা ছাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন মণিপুৰ

চভাপতি ছামম by চভাপতি ছামম
July 15, 2018 7:00 pm
football-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু বছৰৰ বিৰতিৰ মূৰত ফুটবলৰ কোনো ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল মণিপুৰ। উৰিষ্যাৰ কটকত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা ছাব জুনিয়ৰ ফুটবল চেম্পিয়নশ্বীপ ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠত্ব আজুৰি আনিলে মণিপুৰৰ মহিলা ছাব জুনিয়ৰ দলটোৱে।

উল্লেখ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে আয়োজন কৰা প্ৰতিযোগিতাৰ ফাইনেল খেলখন যোৱা ১২ জুলাইতে কটকত মণিপুৰ আৰু উৰিষ্যাৰ মাজত অনুষ্ঠিত হৈছিল। শ্বাহৰুদ্ধকাৰী খেলখনত মণিপুৰে উৰিষ্যাক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান অৰ্জন কৰাৰ লগতে ইতিহাস ৰচিবলৈ সক্ষম হয় মণিপুৰে।

Apply Now

‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ প্ৰথম মেচতে আমি তামিলনাডুক ৮-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিলো। আৰু তাৰ পিছৰ পৰাই আমাৰ দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি পাইছিল’। মণিপুৰ ছাব ডিভিজন দলটোৰ প্ৰশিক্ষক এন শিৱানন্দই এইদৰে কয়।

মণিপুৰৰ মহিলা ছাব ডিভিজন দলটোৱে চেম্পিয়নৰ খিতাপ দখল কৰা বাবে আজি মণিপুৰ ফুটবল এছ’চিয়েশ্যনে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত প্ৰশিক্ষক শিৱানন্দ আৰু মেনেজাৰ কেইলানীয়ে দলটোৱে উৰিষ্যাত লাভ কৰা সাফল্যৰ বিষয়ে বিস্তৃত ৰূপত উল্লেখ কৰে।

আজিৰ এই সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত মণিপুৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগতে বিজয়ী দলটোৰ সদস্যসকলৰ পৰিয়ালৰ লোকো উপস্থিত থাকে।

এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক এল নৱচন্দ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে দলটোৰ এই প্ৰদৰ্শনে আগন্তুক দিনত মণিপুৰৰ ফুটবলত এক জাগৰণ সৃষ্টি কৰিব।

উল্লেখ্য যে যোৱা ১ জুলাইৰ পৰা ১২ জুলাইলৈ উৰিষ্যাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দেশৰ ২৭ খন ৰাজ্যৰ দলে প্ৰতিনিধিত্ব কৰিছিল।

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd