• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অসমক খণ্ড-বিখণ্ড কৰাৰ পৰামৰ্শ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 9, 2018 8:24 pm
ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ ফাইল ফটো

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীয়ে আজি পুনৰ এক বিতৰ্কিত মন্তব্য কৰিছে। এইবাৰ অসমক পুনৰ কেইবাটাও খণ্ডত বিভক্ত কৰাৰ পৰামৰ্শ আগ বঢ়াইছে জ্যেষ্ঠ সাংবাদিকজনে।

৯ জুলাইত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি অসমক পুনৰ ভাষা-সম্প্ৰদায়ৰ ভিত্তিত বিভক্ত কৰাৰ পোষকতা কৰে চক্ৰবৰ্তীয়ে। তেওঁ বৰাক উপত্যকাৰ তিনিখন জিলাক অসমৰ পৰা পৃথক কৰি দিব লাগে, উত্তৰ কাছাৰ পাৰ্বত্য জিলা (বৰ্তমানৰ ডিমা হাচাও) আৰু কাৰ্বি আংলং জিলাও অসমৰ লগত থাকিব নালাগে বুলি তেওঁ পৰমৰ্শ আগ বঢ়ায়। ইয়াৰ উপৰি বড়োলেণ্ডকো পৃথক ৰাজ্যৰ মৰ্যদা দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কয় জ্যেষ্ঠ সাংবাদিকজনে।

Apply Now

“মই নিজে কাছাৰকে ধৰি বৰাক উপত্যকাৰ তিনিখন জিলা অসমৰ পৰা যাব লাগে বুলি ভাবো। কাছাৰখন অসমৰ বাবে এটা আহুকাল আৰু এটা বোজা। আৰু যি পাহাৰী জিলা, বিশেষকৈ উত্তৰ কাছাৰত অসমীয়া ভাষা নচলে, তাত আগৰ যিসকল কছাৰী মানুহ আছিল সেইসকলে এতিয়া হিন্দী কয়, অসমীয়া নকয়। সেই কাৰণে মই ভাবিছো উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙো অসমৰ পৰা গ’লে অসমৰ কোনো ক্ষতি নহয়। আমি একেলগে থাকি দন-হাই কৰি আমাৰ শত্ৰুতা বঢ়োৱাতকৈ নিলগে নিলগে থাকি বন্ধু হোৱা উচিত।” এইদৰে কয় চক্ৰবৰ্তীয়ে।

চক্ৰবৰ্তীয়ে ব্যাখ্যা দাঙি ধৰি কয় যে পৃথকে পৃথকে থাকিলে তেওঁলোক একেলগে থকাৰ ফলত হোৱা হাই-উৰুমিবিলাক, বিদ্বেষ আৰু বিশ্বাসহীনতাৰ কথাবোৰ নাইকিয়া হ’ব আৰু তেওঁলোকেও শান্তিপূৰ্ণভাৱে থাকিব পাৰিব।

লগতে পৃথক বড়োলেণ্ডৰ আন্দোলন সন্দৰ্ভত তেওঁ কয়, “পৃথক বড়োলেণ্ডৰ বাবে ‘ডিভাইড আছাম ফিভটি-ফিভটি’ বোলা কথাষাৰ সম্পূৰ্ণ অযুক্তিকৰ, ভুল আৰু মূৰ্খামিহে।”

তেওঁ কয়, “তেৰ লক্ষতকৈও কম বড়ো মানুহে তিনিকোটি মানুহৰ ভাগ বিতৰণত ‘ফিভটি-ফিভটি’ বিচাৰিব পাৰেনে? বড়োসকলে যিহেতু সুকীয়া সত্তা বিচাৰিছে যিবিলাক গাঁৱত শতকৰা ৫০ৰ বেছি বড়ো মানুহৰ বসতি আছে সেইবিলাক গাওঁ বড়োলেণ্ডত যাওক, কিন্তু ৫০ শতাংশতকৈ কম বড়ো মানুহ থকা গাওঁসমূহ বড়োলেণ্ডত সোমাব নোৱাৰে।”

তেওঁ বড়ো আন্দোলনৰ ভয়াৱহতেৰ কথা সুঁৱৰি বড়োৰ দৌৰাত্ম্যৰ পৰা হাত সাৰিবলৈ ৫০ শতাংশতকৈ বেছি বড়ো মানুহ থকা অঞ্চল লৈ এখন পৃথক বড়োলেণ্ড হ’ব লাগে বুলি মন্তব্য কৰে।

আনহাতে, পৃথক কোচ ৰাজ্য সম্পৰ্কত তেওঁ কয়, “কোচসকলে পৃথক ৰাজ্য কিয় বিচাৰে মই ক’ব নোৱাৰে। এখন পৃথক ৰাজ্য লৈ এজন কোচ মুখ্য মন্ত্ৰী, ১০ জনমান কোচ মন্ত্ৰী আৰু অতি বেছি ৬০জন কোচ বিধায়ক পাব। চাকৰিয়াল নো কেইজন থাকিব? অসমতে তিনি কোটিৰ ৫ লাখ মান অসমীয়া মানুহহে চাকৰিয়াল আছে। কিন্তু অসমত থাকিয়ে শৰৎ সিংহ কোচ সম্প্ৰদায়ৰ মানুহ মুখ্য মন্ত্ৰী হৈছে, বহুকেইজন মন্ত্ৰী হৈছে। গতিকে অসমত থাকিয়ে যদি মুখ্য মন্ত্ৰী বা মন্ত্ৰী হ’ব পাৰে অসমৰ পৰা বাহিৰ হৈ যোৱাৰ প্ৰয়োজন কি?”

অৱশ্যে তেওঁ নামনি অসমৰ বংগমূলীয় মুছলমান মানুহখিনিৰ অসমপ্ৰেম সম্পৰ্কত কোনো সন্দেহ নাই বুলি কৈ আহোমসকলৰ দৰে তেওঁলোকো অসমীয়া হৈ পৰিব বুলি মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd