• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰিত ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত ৰাইজৰ ৰেলপথ অৱৰোধ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 3, 2018 6:19 pm
darangiri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দৰংগিৰি কল বজাৰৰ সমীপত এটা ৰেলৱে ষ্টেশ্যন স্থাপনৰ দাবীত আজি দৰংগিৰিৰ ৰাইজে ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰে। এই দৰংগিৰি কলৰ বজাৰৰ পৰাই প্ৰতি মাহে শ শ ট্ৰাক কল অসমৰ বাহিৰৰ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উড়িষা, হাৰিয়ানা, ছত্তীছগড়, উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি হোৱাৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, মধ্যপ্ৰাচ্যৰ ডুবাই আদি ঠাইলৈকেও ৰপ্তানি কৰা হয় কল।

কিন্তু এই প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা থকা দৰংগিৰিত বৰ্তমানেও নাই এটা ৰেল ষ্টেচনl দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে বহুবাৰ চৰকাৰ তথা ৰেল বিভাগক দৰংগিৰিত এটা ৰেলৱে ষ্টেশ্যন স্থাপন কৰাৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কোনো সুফল লাভ কৰা নাইl

Apply Now

আজি পুৱা সেয়েহে দৰংগিৰিত এটা ৰেল ষ্টেচন স্থাপনৰ দাবীত উন্নয়ন সমিতিৰ লগতে জাতীয় সংগঠনসমূহে দৰংগিৰিৰ টিলাপাৰাত ৰেল পথ অৱৰোধৰ বাবে ওলাই আহেl

একাংশ প্ৰতিবাদকাৰীয়ে  যোগীঘোপা – কামাখ্যা ৰেলপথত  মেন্দিপথাৰ – গুৱাহাটী পেচেঞ্জাৰ ৰেল খন  ৰখাবলৈ চেষ্টা কৰেl  কিন্তু  আৰক্ষী প্ৰশাসনৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰেলপথটোত ৰেলগাড়ী চলাচলত বাধা দিয়াত প্ৰতিবাদকাৰীসকল সফলকাম হ’ব পৰা নাই। কিন্তু প্ৰা. ৩ ঘণ্টা ধৰি প্ৰতিবাদকাৰীসকল ৰেলপথৰ কাষত অৱস্থান কৰি থাকে। তাৰ পাছত গোৱালপাৰাৰ পৰা ৰেলৱেৰ সহকাৰী মাণ্ডলিক অভিযন্তা দীপেন্দ্ৰ গিৰী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ হাতৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে।

দৰংগিৰিৰ নিচিনা এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক স্থানত যাতায়াতৰ সুবিধা অতি প্ৰয়োজনীয়। আনহাতে ব্যৱসায়িকভাৱে আগবঢ়া স্থানৰ পৰাই যাতায়াত ব্যৱস্থাটোও যথেষ্ট পৰিমাণে উপকৃত হয় আৰু স্বাভাৱিকতেই সেয়েহে এনে স্থানসমূহ যাতায়াত সংস্থাসমূহৰ প্ৰতিযোগিতাৰ স্থান হৈ পৰে।  কিন্তু এক ৰহস্যজনক কাৰণত সত্যটোকে আজিকোপতি ৰেল বিভাগ এৰাই চলি আছে।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd