• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী : তথ্য জালিয়াতিৰ অভিযোগত গুৱাহাটীত এজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 9:59 am
এন আৰ চি
207
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিকে নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শনিবাৰে গুৱাহাটীত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ চেষ্টা কৰা এজন লোকক আৰক্ষীয়ে আটক কৰে।

নগাওঁ জিলাৰ লোকজনে গুৱাহাটীৰ এজন লোকৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ পিছত বংশবৃক্ষ পৰীক্ষণৰ বাবে এন আৰ চি কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল। সেই উদ্দেশ্যে গুৱাহাটীলৈ শুনানিৰ বাবে অহা জিতেশ চন্দ্ৰ দাস নামৰ লোকজনক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নগাওঁ জিলাৰ মিচামুখ পাম উলুৱনি গাঁৱৰ বাসিন্দা দাসে আনৰ লিগেচী ব্যৱহাৰ কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিছিল। কিন্তু পৰীক্ষণৰ সময়ত একেটা লিগেচী দুটা পক্ষই ব্যৱহাৰ কৰাৰ কথা ধৰা পৰাত দুয়োটা পক্ষকে গুৱাহাটীলৈ তলব কৰা হয়।

বংশবৃক্ষ পৰীক্ষা কৰাৰ পিছত প্ৰকৃত লিগেচীৰ অধিকাৰীয়ে ভুৱা লিগেচী ডাটা ব্যৱহাৰ কৰা জিতেশ চন্দ্ৰ দাসৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে অহাৰ সময়ত পানবজাৰ আৰক্ষীয়ে জিতেশ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে।

প্ৰকৃত লিগেচীৰ অধিকাৰীৰ নাম নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে  প্ৰকাশ কৰা নাই। আৰক্ষীয়ে অভিযুক্ত দাসৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, এন আৰ চি কৰ্তৃপক্ষই জিতেশ চন্দ্ৰ দাসৰ নথি-পত্ৰসমূহ বিশদভাৱে পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিছে।

 

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd