• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰাৰ তথ্য চোৱা ৱেবছাইটৰ বিসংগতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 11:44 am
NRC ৰ তথ্য পাব লগীয়া চাৰিটা ৱেবছাইটৰ অৱস্থা।

NRC ৰ তথ্য পাব লগীয়া চাৰিটা ৱেবছাইটৰ অৱস্থা।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু চৰ্চিত তথা ৰাজ্যজুৰি এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা এন আৰ চিৰ প্ৰথমখন খচৰা উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশমতেই অহা ৩১ ডিচেম্বৰৰ মাজৰাতি প্ৰকাশ পালে। এই সম্পৰ্কে অসমৰ ৰাইজক জনাই আজি যোৱানিশা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এক সংবাদমেল সম্বোধন কৰিছিল। এন আৰ চিৰ খচৰাত বিভিন্নজনে নিজৰ নাম বিচাৰিবলৈ কি কি উপায় থাকিব সেই সম্পৰ্কে এন আৰ চি কৰ্তৃপক্ষই আগতীয়াকৈ  প্ৰকাশ কৰিছে। চাৰিটাকৈ ৱেবছাইট, এছ এম এছ সেৱা, আৰু প্ৰতিদিনে চৌব্বিচ ঘণ্টাই উপলব্ধ টেলিফোন সেৱাৰ নম্বৰ প্ৰকাশ কৰি ৰাইজক বহুকেইটা বিকল্প দিছে। গতিকে সকলোৱে আশা কৰিছে যে এটা যথাসম্ভৱ নিখুঁত প্ৰক্ৰিয়া আৰু প্ৰযুক্তিৰ সহায়ত এন আৰ চিৰ খচৰাত নিজৰ নিজৰ নামটো সহজেই বিচাৰি ল’ব পাৰিব।

কিন্তু দেখা গৈছে যে এন আৰ চি কৰ্তৃপক্ষই ৰাইজৰ বাবে দিয়া ৱেবছাইটকেইটাৰ প্ৰায়কেইটাই খোল খোৱা নাই। অতি বেছিকৈ য়ুজাৰ হোৱা বাবে হয়তো এনে হৈছে। কিন্তু ইয়াৰ বাবে চৰকাৰ আগতীয়াকৈ সাজু নথকাটো এক দায়িত্বহীনতাৰ নিদৰ্শন বুলি সচেতন লোকে মন্তব্য কৰিছে। আনহাতে https://assam.mygov.in/ নামৰ ৱেবছাইটটো (যিটো এন আৰ চি কৰ্তৃপক্ষই দিয়াকেইটাৰ ভিতৰৰ এটা) খোল খাইছে যদিও আৰু তাত এন আৰ চি সম্পৰ্কীয় অন্যান্য অনেক তথ্য আছে যদিও তথ্য বিচাৰিব পৰাকৈ কোনো searching mechanism চকুত পৰা নাই। হাস্যকৰভাৱে তাত এতিয়াও PART DRAFT NRC WILL BE PUBLISHED ON EXPIRY OF MIDNIGHT OF 31-12-2017 বুলিহে (১ জানুৱাৰি, ২০১৮, পুৱা ১১ বজা) ওলাই আছে। অৰ্থাৎ এই ৱেবছাইটটো এতিয়াও আপডেইট নহয়।

Apply Now
১ জানুৱাৰিৰ দিনৰ ১১.৪৫ বজাতো WILL BE PUBLISHED বুলিয়েই আছে assam.mygov.in নামৰ ৱেবছাইটোত।

আনহাতে এন আৰ চি কৰ্তৃপক্ষই দিয়া 24×7 হেল্পলাইন নম্বৰ ১৫১০৭ যিকোনো সময়তে ব্যস্ত পোৱা গৈছে।

এনে পৰিস্থিতিত এন আৰ চি সেৱাকেন্দ্ৰবোৰেই হয়তো ভৰসাৰ একমাত্ৰ থল হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd