• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ চূড়ান্ত খচৰাত বাদ পৰিব  ৫.৫১ লাখ লোকৰ নাম!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 12:17 pm
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩০ জুলাইত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ চূড়ান্ত খচৰাক লৈ ৰাজ্যত এক বিভ্ৰান্তিকৰ পৰিস্থিতি অব্যাহত থকাৰ মাজতে চূড়ান্ত খচৰাত প্ৰায় ৫.৫১ লাখ লোকৰ নাম বাদ পৰিব বুলি ভিন্ন মাধ্যমত প্ৰকাশ পোৱা বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে এনআৰচিৰ চূড়ান্ত খচৰাত যে লাখ লাখ বাংলাদেশীৰ নাম বাদ পৰিব সেই কথা এনআৰচি কর্তৃপক্ষই গ্রহণ কৰা কঠোৰ ব্যৱস্থাৰ পৰা স্পষ্ট হৈছে৷ অৱশ্যে মুঠ ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত কিমানৰ নাম বাদ পৰিব সেই কথা অহা ৩০ জুলাইতহে স্পষ্ট হ’ব৷

Apply Now

বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি এনআৰচি কর্তৃপক্ষই কঠোৰ নীতিৰে প্রস্তুত কৰি থকা চূড়ান্ত খচৰা প্রকাশৰ পূর্বে প্রায় ৫.৫১ লাখ লোকৰ নাম বাদ পৰাটো প্ৰায় নিশ্চিত হৈছে৷ চূড়ান্ত খচৰা প্রকাশৰ পাছত প্রদর্শন কৰা ওজৰ আপত্তি, বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ পাছত হয়তো বর্তমানে বাদ পৰাসকলৰ ভিতৰৰে কাৰোবাৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ কিন্তু চূড়ান্ত খচৰাত ৫.৫১ লাখ লোকৰ নাম যে বাদ পৰিব সেই কথা নিশ্চিত ৷

আনহাতে আংশিক খচৰাত নাম সোমোৱা ১.৫০ লাখ লোকৰ নাম কর্তন কৰিবলৈ উচচতম ন্যায়ালয়ে এনআৰচি কর্তৃপক্ষক নির্দেশ দিছে৷ যাৰ ফলত আংশিক খচৰাত নাম সোমাইছিল যদিও উক্ত ১.৫০ লাখ লোকৰ নাম চূড়ান্ত খচৰাত নাথাকিব৷

আনহাতে এনআৰচিত অন্তর্ভুক্তিৰ বাবে আবেদন জনালেও ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণে ঘোষণা কৰা বাংলাদেশী, বিদেশী ন্যায়াধীকৰণত যাৰ বিৰুদ্ধে গোচৰ চলি আছে আৰু অসম চুক্তিৰ দফা অনুসৰি ১০ বছৰৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা যিসকলে ফৰেইনাৰছ ৰিজিঅ’নেল ৰেজিষ্ট্রেশ্যন অফিচত নাম পঞ্জীয়ন নকৰিলে তেওঁলোকৰ নাম এনআৰচিত নাথাকিব৷

এনআৰচি কর্তৃপক্ষই উল্লিখিত নিয়মৰ আওতাত এনআৰচি প্রস্তুত কৰাত চূড়ান্ত খচৰাত প্ৰায় ৫.৫১ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত ৷

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমত থকা ‘ডি’ ভোটাৰৰ সংখ্যা হ’ল ১.২৫ লাখ, বিদেশী ঘোষিত ৯০ হাজাৰ, বিদেশী ন্যায়াধিকৰণত নিষ্পত্তি নোহোৱাকৈ ১.৭২ লাখ লোকৰ বিৰুদ্ধে গোচৰ আছে৷ তদুপৰি ১৯৬৬-৭১ চনৰ ভিতৰত অসমত প্রৱেশ কৰাসকলে ১০ বছৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পাছত তেওঁলোকে এফআৰআৰঅ’ত নাম পঞ্জীয়ন কৰিলে নাগৰিকত্ব লাভ কৰে৷ উক্ত সময়ছোৱাত অসমত প্রৱেশ কৰা ২৯ হাজাৰ লোক চিনাক্ত হোৱাত তেওঁলোক ১০ বছৰৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছিল৷ কিন্তু তেওঁলোকৰ ভিতৰৰে ১৫ হাজাৰে এফআৰআৰঅ’ত নাম পঞ্জীয়ন কৰে৷ যাৰ ফলত ১৫ হাজাৰৰ নাম এনআ চিত থাকিব৷

একেদৰে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই শেহতীয়াকৈ দিয়া নির্দেশক গুৱাহাটী উচচ ন্যায়ালয়ে বাহাল ৰখাত বিদেশী বুলি যিজন ব্যক্তিক ঘোষণা কৰা হৈছে কেৱল তেওঁৰে নহয়, তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ নামো এনআৰচিত নাথাকিব৷ ফলত সঠিক পৰিসংখ্যা নোলালেও লাখ লাখ লোকৰ নাম যে চূড়ান্ত খচৰাত বাদ পৰিব সেই কথাৰ পূর্বাভাস স্পষ্ট হৈছে৷

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd