• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এনপিএফৰ অভিযোগ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 9:34 pm
NPF-1-570x320

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে।

নিৰ্বাচন আয়োগক দিয়া অভিযোগত এনপিএফে কৈছে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে ২৬ ফেব্ৰুৱাৰীত স্থানীয় বাতৰিকাকতত দিয়া এটা পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ জৰিয়তে এলানি প্ৰতিশ্ৰুতি আগবঢ়াই প্ৰত্যক্ষভাৱে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে।

Apply Now

দলে আঙুলিয়াই দিয়ে যে এনডিপিপি-বিজেপি মিত্ৰজোঁটে বিজ্ঞাপনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় আঁচনিসমূহত ১০০ শতাংশ পুজি (পূৰ্বতে যিটো ৯০:১০ অনুপাতত আছিল) যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পৰৱৰ্তী তিনি বছৰত আন্ত:গাঁথনিৰ বাবে ৫৩০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

কোৱা হৈছে যে মিত্ৰজোঁটৰ সহযোগী দলেও নাগালেণ্ডত ৰাস্তা-ঘাটৰ বাবে ১০,০০০ কোটি, ডিমাপুৰ-কোহিমা ৰে’লপথৰ বাবে ৩০০০ কোটি, বিদ্যুৎ সংযোগৰ বাবে ৮০০ কোটি আৰু কোহিমা স্মাৰ্ট চিটি প্ৰকল্পৰ বাবে ১৮০০ কোটি টকা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্যই নিৰ্বাচনী বিধি ভংগ কৰিছে।

নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত কোৱা আছে যে যিকোনো বিত্তীয় অনুদান ঘোষণা কৰা বা প্ৰতিশ্ৰুতি দিয়া অথবা পথ নিৰ্মাণৰ কোনো প্ৰতিশ্ৰুতি দিয়া ইত্যাদিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ শুদ্ধতা বিনষ্ট কৰে বা ভোটাৰক আকৃষ্ট কৰি তেওঁলোকক ভোট দিয়াৰ বাবে প্ৰভাৱিত কৰে।

এনপিএফে সেয়েহে দাবী কৰে যে ভাৰতীয় নিৰ্বাচন আয়োগে ইয়াৰ বিৰুদ্ধে ‘’দুৰ্নীতি আচৰণ’’ কাৰ্য হিচাপে  ধৰি আৰু নিৰ্বাচনী আইনৰ অধীনৰ অপৰাধ হিচাপে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd